June 28, 2026 পুনৰ প্ৰবল ভূমিকম্পই জোকাৰিলে জাপানক পুনৰ প্ৰবল ভূমিকম্পই জোকাৰিলে জাপানক Share FacebookTwitterWhatsAppTelegramKooEmail জাপানৰ উত্তৰ-পূব প্ৰান্তত প্ৰবল ভূমিকম্প। ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা ৬.১। বৰ্তমানেও জানিব পৰা হোৱা নাই ক্ষয়-ক্ষতিৰ পৰিমাণ। বিগত কেইদিনমানত সৰু-বৰ বহুকেইটা জোকাৰণি অনুভূত হৈছে জাপানত। Author: দৈনন্দিন বাৰ্তা Related Articles ভাৰতৰ মহিলা ক্ৰিকেটৰ A দলত স্থান লাভ দুই অসম কন্যাৰ দৈনন্দিন বাৰ্তা - August 28, 2026 নেপালত পুনৰ হ’ব জলপ্ৰলয়! সঁচা প্ৰমাণিত হ’ল চীনৰ সতৰ্কবাণী… দৈনন্দিন বাৰ্তা - August 28, 2026 অসম সাহিত্য সভা আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত ‘কাব্যকাকলি’ সফলতাৰে সম্পন্ন দৈনন্দিন বাৰ্তা - August 28, 2026