মুখ্য-পৃষ্ঠা

Chapar । চাপৰৰ টিলাপাৰাত ৰাজিয়াতুল উলুম বানাত মাদ্ৰাছাত ১১ তম বাৰ্ষিকী অধিৱেশন উপলক্ষ্যে অনুষ্ঠিত হ’ব ধৰ্মীয়সভা

Chapar । চাপৰৰ টিলাপাৰাত ৰাজিয়াতুল উলুম বানাত মাদ্ৰাছাত ১১ তম বাৰ্ষিকী অধিৱেশন উপলক্ষ্যে অনুষ্ঠিত হ'ব ধৰ্মীয়সভা

Curd: এই ৪টা বস্তু দৈৰ লগত নাখাব, পেটৰ বাবে বিষত ভুগিব!

আমি প্ৰায়ে আমাৰ খাদ্য সোৱাদযুক্ত কৰিবলৈ দৈ ব্যৱহাৰ কৰো। কিন্তু বহুতো খাদ্য সামগ্ৰী আছে সেই সমূহ খাদ্যৰ সৈতে দৈ খোৱাটো ক্ষতিকাৰক হ’ব পাৰে।(Curd)

Illegal Immigrants: অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক লৈ ট্ৰাম্পৰ কাৰ্যক সমৰ্থন! ভিছা পলমক লৈ প্ৰশ্ন মোডী চৰকাৰৰ

পৃথিৱীৰ যিকোনো ঠাইত যদি অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰী থাকে তেন্তে তেওঁলোকক ঘূৰাই ল'বলৈ দিল্লী সাজু। (Illegal Immigrants)বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে ট্ৰাম্প প্ৰশাসনৰ সৈতে হোৱা বৈঠকৰ অন্তত এই মন্তব্য কৰে। ভিছাৰ বাবে দীঘলীয়া অপেক্ষাৰ কথাও ক’লে।

Dr Basanta Kumar Goswami: পাঠশালা অধিৱেশনে সকলো বিতৰ্কৰ অৱসান ঘটাওকঃ আদৰণী সমিতিৰ আমন্ত্ৰণ গ্ৰহণ কৰি নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী

পাঠশালা অধিৱেশনে সকলো বিতৰ্কৰ অৱসান ঘটাওকঃ আদৰণী সমিতিৰ আমন্ত্ৰণ গ্ৰহণ কৰি নৱনিৰ্বাচিত সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী।(Dr Basanta Kumar Goswami)

Nitish Rane: সুশান্ত সিং ৰাজপুতৰ দৰে হিন্দু অভিনেতাক কোনেও গুৰুত্ব নিদিলে, ছেইফক লৈ চাৰিওফালে চৰ্চাঃ নিতেশ ৰাণ

অভিনেতা ছেইফ আলী খানৰ ওপৰত কৰা আক্ৰমণক লৈ প্ৰশ্ন উত্থাপন কৰিছে মহাৰাষ্ট্ৰৰ ফাড়নবিছ চৰকাৰৰ মন্ত্ৰী নিতেশ ৰাণে। ছেইফ আলী খান চিকিৎসালয়ৰ পৰা ঘৰলৈ যোৱাত তেওঁ আচৰিত হোৱা বুলি প্রকাশ কৰি প্রশ্ন কৰে যে এই আক্রমণ সঁচাকৈয়ে সংঘটিত হৈছে নে কেৱল এক কাণ্ড?(Nitish Rane)

Popular