মুখ্য-পৃষ্ঠা

New Year: নতুন বছৰত নতুন চিন্তা, নতুন বছৰ হওক আমাৰ প্ৰত্যাশা, আমাৰ আশাৰ বছৰ

বহুত আশাৰে, বহুত প্ৰত্যাশাৰে আৰু আনন্দ-উলাহেৰে সমগ্ৰ বিশ্বই আদৰিলে ইংৰাজী নৱবৰ্ষ ২০২৫ক।(New Year) সকলোৰে আশা এই নতুন বছৰটোত সকলোৰে ভাল হ'ব, সুখ-সমৃদ্ধিৰে উপচি পৰিব।

HMPV: HMPV এ শৰীৰৰ কোন অংশত প্ৰথমে আক্ৰমণ কৰে? কি পৰিৱৰ্তন দেখা যায় শৰীৰত

HMPV হৈছে এনে এটা ভাইৰাছ যি দ্ৰুতগতিত বিয়পি পৰিছে আৰু মানুহক সংক্ৰমিত কৰিছে। এই বিপজ্জনক সংক্ৰমণে প্ৰথমে শৰীৰৰ শ্বাস-প্ৰশ্বাসতন্ত্ৰত আক্ৰমণ কৰে আৰু ক্ৰমান্বয়ে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।(HMPV)

Earthquake: তিব্বত-নেপাল সীমান্তত ৭.১ প্ৰাবল্যৰ ভূমিকম্পত ৫৩ জন লোকৰ মৃত্যু, অসমতো এই ভূমিকম্পৰ প্ৰভাৱ

দিল্লী এনচিআৰকে ধৰি বংগ আৰু বিহাৰত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। কোৱা হৈছে যে এই ভূমিকম্পৰ কেন্দ্ৰ তিব্বত-নেপাল সীমান্ত বুলি কোৱা হৈছে।(Earthquake)

Teeth: দাঁত হালধীয়া হোৱাৰ কাৰণ জানেনে? এই ৫ টা বস্তুৱে দাঁত হালধীয়া কৰি হাঁহিৰ সৌন্দৰ্য ম্লান কৰে

এই ৫ টা বস্তুৱে দাঁত হালধীয়া কৰি হাঁহিৰ সৌন্দৰ্য ম্লান কৰে, লগে লগে এৰি দিয়ক এই ৫টা বস্তু!(Teeth)

Earthquake: চাৰিখনকৈ দেশত প্ৰবল ভূমিকম্প! অসমতো মৃদু ভূমিকম্প…

চাৰিখনকৈ দেশত একেলগে প্ৰবল ভূমিকম্প৷ দেশকেইখন হৈছে ভাৰত, ইৰাণ, নেপাল, তিব্বত। এই চাৰিখন দেশত ভূমিকম্পৰ তীব্ৰ জোকাৰণি৷ ৬.৩৮ বজাত অনুভূত হয় জোকাৰণি।(Earthquake)

Popular