মুখ্য-পৃষ্ঠা

Mock Drills: ৭ মে’ত দেশজুৰি হ’ব মকড্রিল: ১৯৭১ চনৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ এই নির্দেশনা

ৰাজ্যলৈ গৃহ মন্ত্ৰালয়ৰ জৰুৰী নিৰ্দেশনা।(Mock Drills) সাধাৰণ নাগৰিকক সজাগ আৰু সচেতনৰ বাবে মকড্ৰিলৰ নিৰ্দেশ। ৭ মে'ত দেশজুৰি হ'ব মকড্রিল।

Putin Calls PM Modi: যুদ্ধ ! ফোনত কি আলোচনা মোদী আৰু পুটিনৰ ?

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোন কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে বুলি সোমবাৰে দাবী কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে।(Putin Calls PM Modi)

Liver Cirrhosis: শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে লিভাৰ চিৰ’ছিছ হয় ?

যদি লিভাৰত কোনো সমস্যা হয় তেন্তে সমগ্ৰ শৰীৰৰ কাৰ্য্যত প্ৰভাৱ পৰিব পাৰে। ইয়াৰ পৰা হাত সাৰিবলৈ শৰীৰত কোনো ধৰণৰ ভিটামিনৰ অভাৱ হ’বলৈ নিদিব।(Liver Cirrhosis)

Tuesday Astro Remedies: প্ৰতি মঙলবাৰে কৰক ৫টা কাম, হনুমানৰ আশীৰ্বাদে লৈ যাব সফলতাৰ শিখৰলৈ !

প্ৰতি মঙলবাৰে এই ৫টা কাম কৰক, বজৰংগবলীৰ আশীৰ্বাদত প্ৰতিটো কামেই সফলতাৰ শিখৰলৈ যাব আপোনাক।(Tuesday Astro Remedies)

All Moran Students Union: মৰাণসকলৰ লোকসংস্কৃতিৰ অবিচ্ছেদ্য অংগ, মৰাণ জনগোষ্ঠীৰ বীৰত্ব, একাগ্ৰতা, নিষ্ঠা, নিৰ্ভীকতা আৰু সাহসিকতা কেৱল অসমেই নহয় সমগ্ৰ ভাৰতবৰ্ষই অনুধাৱন কৰি আহিছে: সৰ্বানন্দ...

সদৌ মৰাণ ছাত্ৰ সন্থাৰ ৫৭সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ। মৰাণসকলৰ লোকসংস্কৃতিৰ অবিচ্ছেদ্য অংগ 'গছতলৰ বিহু' আৰু এহেজাৰগৰাকী আয়তীয়ে পৰিৱেশন কৰা 'খেৰী' অনুষ্ঠানৰ শুভ উদ্বোধন কৰে সোণোৱালে।(All Moran Students' Union)

Popular