মুখ্য-পৃষ্ঠা

Salt Craving: কেঁচা নিমখৰ অবিহনে ভাত খাব নোৱাৰে নেকি, নিমখৰ লোভ কিয় হয় ?

ভাতৰ ওপৰত কেঁচা নিমখ লাগে নেকি? ‘নিমখৰ লোভ’ কিয় হয়, নিমখীয়া খাদ্য খোৱাৰ ইচ্ছাৰ কাৰণ কি ?(Salt Craving)

Mock drills: যুদ্ধ হ’লে কি কৰিব ? হঠাতে ব্লেকআউট হ’লে কি কৰিব, জৰুৰীকালীন পৰিস্থিতিত কি কৰিব…?

যুদ্ধ হ’লে কি কৰিব? সাধাৰণ নাগৰিকৰ(Mock drills) মাজত সজাগতা বৃদ্ধিৰ বাবে কেইবাখনো ৰাজ্যত অনুশীলনৰ নিৰ্দেশ অমিত শ্বাহৰ। কেন্দ্রীয় গৃহ মন্ত্র্যালয়ে কেইবাখনো ৰাজ্যক জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্রস্তুত হ’বলৈ অনুশীলন চলাবলৈ নির্দেশ দিছে৷

pahalgam terror attack: পেহলগামৰ নাৰকীয় ঘটনাৰ পাৰ্শ্বক্ৰিয়াঃ বহু বিদেশী বিমান সংস্থাই এৰাই চলিছে পাকিস্তানৰ আকাশমাৰ্গ

পেহলগামৰ নাৰকীয় ঘটনাৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে(pahalgam terror attack)বহু বিদেশী বিমান সংস্থাই এৰাই চলিছে পাকিস্তানৰ আকাশমাৰ্গ ।

Mock Drill: যুদ্ধৰ চূড়ান্ত প্ৰস্তুতি! নিৰাপত্তা অনুশীলন কৰিবলৈ নিৰ্দেশ, ১৯৭১ চনত এনে অনুশীলন চলাইছিল ভাৰতে

ভাৰতে যুদ্ধৰ চূড়ান্ত প্ৰস্তুতি কৰিছে নেকি?(Mock Drill) এয়াই হৈছে এতিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্রশ্ন। সোমবাৰে সন্ধিয়া কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশৰ ফলত সেই জল্পনা-কল্পনা কেইবাগুণে বৃদ্ধি পালে।

Mock drills: অসমৰ ২০টা স্থানত হ’ব যুদ্ধৰ আখৰা, ক’ত ক’ত হ’ব ?

৭ মে'ত দেশজুৰি হ'ব মকড্রিল।(Mock drills)ৰাজ্যলৈ গৃহমন্ত্ৰালয়ৰ জৰুৰী নিৰ্দেশ।অসমতো হ'ব যুদ্ধৰ আখৰা।

Popular