মুখ্য-পৃষ্ঠা

Amir Khan: আমিৰ খানৰ পুত্ৰক চিনি পাইনে, মিষ্টাৰ পাৰফেকচনিষ্টৰ পুত্ৰই কিয় ‘লাপতা লেডিজ’ত অভিনয়ৰ সুযোগ নাপালে

যদি বিষয়টো সমাধান হ’লহেঁতেন তেন্তে পুত্ৰ জুনাইদৰ আত্মপ্ৰকাশ পিতৃ আমিৰৰ এই ছবিখনত হ’লহেঁতেন।(Amir Khan)

Maneswar Brahma: প্ৰয়াত শিল্পী মনেশ্বৰ ব্ৰহ্মক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ স্মৰণ। সৰলতা, উদাৰতা শিল্পীৰ ভূষণ: জ্যোতি খাটনিয়াৰ

শিল্পী মনেশ্বৰ ব্ৰহ্ম আছিল নিজৰ চেতনাৰ পোহৰেৰে উজ্জ্বল। ভয়ংকৰ পৰিস্থিতিকো মন্থন কৰি তেওঁ সৃষ্টিৰ বাট কাটি উলিয়াইছিল।(Maneswar Brahma)

Sourav Ganguly: সৌৰভ গাংগুলীৰ ফিটনেছৰ মূলমন্ত্ৰ কি জানেনে জানেনে? গাংগুলীৰ গোপন তথ্য ফাদিল কৰিলে মমতা বেনাৰ্জীয়ে…

৫২ বছৰীয়া সৌৰভৰ ফিটনেছে ২০ বছৰীয়া সৌৰভক প্ৰত্যাহ্বান জনাব। কিন্তু, বহুতে ক’ব, ইমান ফিট হৈ থকাৰ পিছতো সৌৰভ গাংগুলী হৃদযন্ত্ৰৰ সমস্যাত ভুগি আছে কিয়। গতিকে তেওঁক ফিট বুলি কিদৰে ক’ব?(Sourav Ganguly)

Parenting Tips: নীতা আম্বানীৰ ৫টা টিপছে আপোনাৰ সন্তানক সফল আৰু সংস্কৃতিৱান কৰি তুলিব!

Parenting Tips: নীতা আম্বানীৰ ৫টা টিপছে আপোনাৰ সন্তানক সফল আৰু সংস্কৃতিৱান কৰি তুলিব!

HMPV: আকৌ ভাইৰাছ! ভাৰতত চীনৰ ভাইৰাছৰত আক্ৰান্ত প্ৰথমজন ৰোগী চিনাক্ত…

ভাৰতত হিউমেন মেটাপনিউমোভাইৰাছত আক্ৰান্ত প্ৰথমজন ৰোগী চিনাক্ত৷ বাংগালুৰুত এটি ৮ মহীয়া কন্যা শিশুৰ দেহত HMPVৰ অৱস্থিতি৷(HMPV)

Popular