মুখ্য-পৃষ্ঠা

Assam Book Fair: নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে গ্ৰন্থপ্ৰেমীৰ বিশাল সমাৱেশ অসম গ্ৰন্থমেলাত

শিশুৰ দিন”ত কণ-মইনাৰ কলৰৱত মুখৰিত খানাপাৰা বাকৰি। কিতাপ পঢ়াৰ অভ্যাস আৰম্ভণিৰে পৰা গঢ়ি তোলা দৰকাৰঃ মৃণালিনী দেৱী। শশী ফুকন সোঁৱৰণী অনুষ্ঠান।(Assam Book Fair)

OYO Rooms: OYO ৰ নতুন নিয়মত প্ৰেমৰ প্ৰমাণ দিব লাগিব! OYO ৰ নতুন নিয়মৰ বিষয়ে জানক…

আহি গ'ল OYOহোটেলৰ নতুন নিয়ম! ইচ্ছা কৰিলেই OYOত থাকিব নোৱাৰিব প্ৰেমিক-প্ৰেমিকা। অবিবাহিত দম্পতী থাকিব নোৱাৰিব OYOহোটেলত।(OYO Rooms)

Sonu Sood: চাৰি বছৰে ৰুটী খোৱা নাই অভিনেতা চনু চুদে! অভিনেতাগৰাকীয়ে ৰাজহুৱা কৰিছে খাদ্যাভ্যাস…

দিনত ভাত আৰু দাইল, সম্পূৰ্ণ নিৰামিষভোজী' 'চাৰি বছৰৰ পৰা খোৱা নাই ৰুটী' ১ 'জীৱনত এটোপালো সুৰা সেৱন কৰি পোৱা নাই' অভিনেতা চনু চুদে ৰাজহুৱা কৰিছে খাদ্যাভ্যাস(Sonu Sood)

Deepika Padukone: ৩৯ বছৰীয়া হ’ল অভিনেত্ৰী দীপিকা পাডুকন, দীপিকা অভিনীত ৬ খন ছবি; যি কেইখন বাৰে বাৰে চালেও হেঁপাহ নপলাই

দীপিকাই প্ৰথমখন হিন্দী ছবিৰে দৰ্শকৰ হৃদয়ত স্থান লাভ কৰিছিল।(Deepika Padukone)যোৱা বছৰ মাতৃ হোৱাৰ পিছত ২০২৫ চনৰ ৫ জানুৱাৰীত দীপিকাই ৩৯ সংখ্যক জন্মদিন পালন কৰিছে।

Popular