মুখ্য-পৃষ্ঠা

Assam Panchayat Elections: পুনৰ ভোটগ্ৰহণ হোৱা ৫ খন জিলাৰ ৪৩ টা ভোটকেন্দ্ৰত কি হ’ল জানেনে ?

২ মে’ত অসমৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত(Assam Panchayat Elections) নিৰ্বাচনৰ সময়ত প্ৰকাশ পোৱা অনিয়মৰ বাবেই ৪৩টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ ৪ মে’ত অনুষ্ঠিত হয়।

Roti Vastu Niyam: প্ৰথম আৰু শেষৰ ৰুটি দুখন কি কৰে? নিজে খোৱাৰ আগতে ৫ টা নিয়ম জানি লওক

ৰুটি সম্পৰ্কীয় নিয়ম বাস্তু শাস্ত্ৰত ব্যাখ্যা কৰা হৈছে।কিছুমান নিয়ম মনত ৰাখি ৰুটি বনাব লাগে। ৰোটিৰ লগত জড়িত নিয়মবোৰ কি কি জানো আহক।(Roti Vastu Niyam)

Pahalgam terror attack: পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ অৰ্থনৈতিক যুদ্ধ ঘোষণাঃ পেহলগাম আক্ৰমণৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে ভাৰতে পাকিস্তানৰ পৰা বন্ধ কৰিলে সকলো আমদানি

পেহলগামত পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে আক্ৰমণ(Pahalgam terror attack) চলাই ২৬ জনকৈ পৰ্যটকক হত্যা কৰাৰ পিছতে পাকিস্থানৰ বিৰুদ্ধে অধিক আগ্ৰাসী হৈ পৰিছে ভাৰত।

Hair Wash: বৃহস্পতিবাৰে কিয় চুলি ধুব নালাগে ! কোন দিনা কুমাৰী ছোৱালী আৰু পুৰুষে চুলি ধুব লাগে জানি লওক

নখ কটাৰ পৰা আৰম্ভ কৰি চুলি ধোৱালৈকে আন বহু কামৰ বাবে নিৰ্দিষ্ট দিন থাকে।(Hair Wash)অৱশ্যে বৃহস্পতিবাৰে চুলি ধোৱাৰ বিষয়ে কি কৈছে আৰু কোন দিনত অবিবাহিত ছোৱালী আৰু পুৰুষে চুলি ধুব লাগে সেই বিষয়ে জানো আহক।

Zameer Ahmed Khan: পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত ভাৰতৰ হৈ আত্মঘাতী বোমাৰু হ’বলৈ সাজু কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী: সীমান্তৰ উত্তেজনাৰ মাজতে কৰ্ণাটকৰ মন্ত্ৰীৰ মন্তব্যকলৈ ব্যাপক চৰ্চা

পেহলগাম নৰসংহাৰৰ পিছতে ভাৰত আৰু(Zameer Ahmed Khan)পাকিস্তানৰ মাজত উত্তেজনা চলি আছে৷ এনে সময়তে কৰ্ণাটকৰ গৃহ নিৰ্মাণ আৰু ৱাকফ মন্ত্ৰীয়ে ভাৰতৰ বাবে আত্মঘাতী বোমাৰু হ’বলৈ আৰু বিস্ফোৰক লৈ পাকিস্তানত খোজ কাঢ়ি যুদ্ধ কৰিবলৈ সাজু বুলি ঘোষণা কৰিছে৷

Popular