মুখ্য-পৃষ্ঠা

Bandipora: দ খাৱৈত পৰিল সেনাৰ বাহন, থিতাতে মৃত্যু ৪ সেনা জোৱানৰ

বান্দিপোৰা জিলাত ভয়ংকৰ ঘটনা। জিলাখনৰ এচকে পায়িন এলেকাত হঠাতে দ খাৱৈত সোমাল সেনাৰ ট্ৰাক। থিতাতে মৃত্যু ৪ জোৱানৰ।(Bandipora)

Kiara Advani: হঠাৎ চিকিৎসালয়ত ভৰ্তি অভিনেত্ৰী কিয়াৰা আদৱানী!

বহু প্ৰত্যাশিত ছবি ‘গেম চেঞ্জাৰ’ৰ প্ৰচাৰত ব্যস্ত কিয়াৰা আদৱানী। ছবি প্ৰচাৰৰ ব্যস্ততাৰ মাজতে মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কিয়াৰাক। কিয়নো হঠাৎ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিল।(Kiara Advani)

Lightning: বজ্ৰ পৰি মৃত্যু একেটা দলৰে ১১ ফুটবলাৰৰ! ‘ব্লেক মেজিক’ নে আন কিবা?

যাদু, কাঁড় নিক্ষেপ—এই শব্দবোৰৰ সৈতে আমি সকলোৱে কম বেছি পৰিমাণে পৰিচিত। যাক আমি এটা শব্দত ‘ক'লা যাদু’ অথবা ‘ব্লেক মেজিক’ বুলি ক'ব পাৰো।(Lightning) সমগ্ৰ বিশ্বতে ক'লা যাদু বিশ্বাস কৰা বহু লোক আছে।

Tamil Nadu: চকুৰ পচাৰতে ভয়ংকৰ ঘটনা, জীৱন্তে জ্বলি মৃত্যু ৬ শ্ৰমিকৰ!

এই পৰ্যন্ত ৬জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। তামিনলাডুৰ বিৰুধনগৰ জিলাৰ চট্টুৰ নামৰ অঞ্চলটোতএই ঘটনা সংঘটিত হৈছে। লগে লগেই উদ্ধাৰকাৰী দল ঘটৱাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। (Tamil Nadu)

Aishwarya Rai: ২১ বছৰীয়া বচ্চন পৰিয়ালৰ বোৱাৰীৰ ফটো চাওক! ঐশ্বৰ্যৰ হাঁহিয়ে হৃদয় জয় কৰিছিল বহু পুৰুষৰ…

ঐশ্বৰ্য ৰায় বচ্চনে সদায় নিজৰ সৌন্দৰ্য্যৰে অনুৰাগীৰ হৃদয়ত স্থান দখল কৰি আহিছে। শেহতীয়াকৈ তেওঁৰ এটা ৩০ বছৰীয়া ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত তেওঁৰ সাধাৰণ ৰূপটো দেখাৰ পিছত আপোনাৰো ভাল লাগিব।(Aishwarya Rai)

Popular