মুখ্য-পৃষ্ঠা

Shah Rukh Khan: বিশ্বৰ ধনী তাৰকা তালিকাৰ চতুৰ্থ স্থানত শ্বাহৰুখ খান

দামী বস্তু, ৭৩০০ কোটি টকাৰ সম্পত্তি, বিশ্বৰ চতুৰ্থ ধনী তাৰকা, বিদেশত দুটা বাংলো, প্ৰাইভেট জেট আৰু আই পি এল দলৰ মালিক শ্বাহৰুখ খান।(Shah Rukh Khan)

Morning Habits: ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এই ৪টা কাম কৰিলে পেটৰ সমস্যাৰ পৰা সকাহ পাব!

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এই ৪টা কাম কৰিলে পেটৰ প্ৰতিটো সমস্যাৰ পৰা সকাহ পাব! অস্বাস্থ্যকৰ জীৱনশৈলী আৰু অনিয়মিত খাদ্যাভ্যাসৰ বাবে পেটৰ সমস্যা যেনে বদহজম, গেছ, কোষ্ঠকাঠিন্য, এচিডিটি আদি সাধাৰণ সমস্যা হৈ পৰিছে।(Morning Habits)

Manmohan Singh: প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ বাসগৃহত উপস্থিত প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী, জে পি নড্ডা; ছোনিয়া গান্ধী

প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ৯২ বছৰ বয়সত মৃত্যু। প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ, জে পি নাড্ডা, ছোনিয়া গান্ধীয়ে মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জনায়। (Manmohan Singh)

Assam Book Fair 2024: আজিৰে পৰা খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত ১২ দিনীয়া অসম গ্ৰন্থমেলা

১১৮ টা প্ৰকাশন গোষ্ঠী তথা বিপণী সাজু। আজিৰ পৰা ১২ দিনীয়া অসম গ্ৰন্থমেলা, খানাপাৰাৰ পশুচিকিৎসা মহাবিদ্যালয় খেলপথাৰত প্ৰস্তুতি সম্পূৰ্ণ। যোগদান কৰিব দিল্লী, কলকাতা,পাঞ্জাৱৰ আগশাৰীৰ প্ৰকাশনে।(Assam Book Fair 2024)

Manmohan Singh Death: প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ দেহাৱসানত দেশজুৰি শোকৰ ছাঁ

দিল্লীৰ এইমছত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ ড০ মনমোহন সিঙৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী বিয়োগত শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।(Manmohan Singh Death)

Popular