মুখ্য-পৃষ্ঠা

Asmita Khelo India Women’s Pencak Silat League: ১ মে’ৰ পৰা মহাৰাষ্ট্ৰত চাৰিদিনিয়াকৈ অনুষ্ঠিত হ’ব আস্মিতা ৰাষ্ট্ৰীয় খেল’ ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ

আগন্তুক ১ ৰ পৰা ৪ মে'(Asmita Khelo India Women’s Pencak Silat League) তাৰিখে মহাৰাষ্ট্ৰৰ কপাৰখাৰ্নেত ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত আৰু মহাৰাষ্ট্ৰ পেন্‌চাক চিলাট এছ'চিয়েশ্বনৰ সহযোগত চাৰিদিনিয়াকৈ অনুষ্ঠিত হ'বলগীয়া আস্মিতা ৰাষ্ট্ৰীয় খেল' ইণ্ডিয়া উইমেন পেন্‌চাক চিলাট লীগ।

Flood in River Jhelum: এফালে যুদ্ধ, আনফালে পানী; ভাৰতে হঠাতে এৰি দিলে পানী !

ফালে যুদ্ধৰ ভয়, আনফালে প্ৰকৃতিৰ প্ৰলয়, ভাৰতে খবৰ নিদিয়াকৈ এৰি দিলে ঝিলাম নদীৰ পানী।প্ৰলয়ংকৰী বানৰ কৱলত পাকিস্তানৰ বহু অঞ্চল। ভাৰতৰ পদক্ষেপত হাহাকাৰ পাকিস্তানত।(Flood in River Jhelum)

Horoscope: দেওবাৰে এইসকল লোকে লাভ কৰিব ভাল খবৰ, কেৰিয়াৰ, প্ৰেম, স্বাস্থ্য আৰু ধনৰ ভৱিষ্যদ্বাণী…!

২৭ এপ্ৰিল ২০২৫, আজি পবিত্ৰ দিন।(Horoscope) চন্দ্ৰক মেষ ৰাশিত ৰখা হৈছে, যাৰ বাবে সাহস, উদ্ভাৱন আৰু ইতিবাচক পদক্ষেপৰ শক্তি শক্তিশালী হ’ব।

North Lakhimpur College: নৰ্থ লখিমপুৰ কলেজত আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰ, ম্যানমাৰ, বাংলাদেশ, থাইলেণ্ডৰ অধ্যাপকৰ অংশগ্ৰহণ

ইয়াণ্ডাবু সন্ধিৰ দুশ বছৰ পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি নৰ্থ(North Lakhimpur College) লখিমপুৰ কলেজ আয়োজিত হয় এক আন্তঃৰাষ্ট্ৰীয় আলোচনা-চক্ৰৰ৷ যোৱা ২৫ আৰু চ্ছ এপ্ৰিলত ‘ইয়াণ্ডাবু সন্ধি আৰু ঊনবিংশ শতিকাৰ অসম’ শীৰ্ষক এই আলোচনা-চক্ৰ অনুষ্ঠিত হৈ যায়৷

Jhantu Ali Sheikh: সামৰিক মৰ্য্যদাৰে শেষ বিদায় জান্টু আলী শ্বেখক

কাশ্মীৰত নিহত হোৱা জোৱানজনৰ ঘৰত পত্নী, তৃণমূল সাংসদ মহুৱাই মত্ৰীয়ে কয়, ‘মই প্ৰতিশোধ বিচাৰো’ গীতৰ চেলুটত জান্টুক আলীক বিদায় দিলে।(Jhantu Ali Sheikh)

Popular