মুখ্য-পৃষ্ঠা

Dry Skin: কি ভিটামিনৰ অভাৱত ছাল শুকান হৈ পৰে? ছাল শুকান হ’লেই খাব এই ৫ টা খাদ্য

কেৱল বতৰৰ বাবেই নহয়, শৰীৰত কিছুমান পুষ্টিকৰ উপাদানৰ অভাৱৰ বাবেও ছালখন শুকান হৈ পৰে। বিশেষকৈ ভিটামিন ই আৰু ভিটামিন এৰ অভাৱত ছাল শুকান আৰু ৰুক্ষ হৈ পৰে। (Dry Skin)

Tihar Festival: যোৰহাটৰ ধনখুলৈত প্ৰথম বাৰ্ষিক তিহাৰ উৎসৱ উদযাপন

যোৰহাট জিলা গোৰ্খা সন্মিলন আৰু ধনখুলৈ যুৱ সংঘৰ সহযোগত অনুষ্ঠিত হোৱা এই উৎসৱৰ পুৱা পতাকা উত্তোলন কৰা হয়।(Tihar Festival)

Ledo News: লিডু স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি ৰূপে পুনৰ ড° ৰঞ্জিত দত্ত মনোনীত

লিডু স্বৰ্ণ শাখা সাহিত্য সভাৰ সভাপতি ৰূপে পুনৰ ড° ৰঞ্জিত দত্ত মনোনীত। ডেৰশতাধিক শিশুৰ অংশগ্ৰহণেৰে কুঁহি অনুষ্ঠান সম্পন্ন।(Ledo News)

Vascular Surgery: জ্যেষ্ঠ ভাস্কুলাৰ ও এণ্ড ‘ভাস্কুলাৰ চাৰ্জন, চেন্নাই এপ’ল’ হাস্পাতালৰ চিকিৎসক ডাঃ ভি বালাজীৰ সংবাদমেল

(Vascular Surgery)ভাস্কুলাৰ চাজৰিী হৈছে চিকিৎসা বিজ্ঞানৰ এটা শাখা যিয়ে ৰক্তবাহী নলীৰ ৰোগৰ সৈতে যুঁজ দিব পাৰে। ৰক্তবাহী নলী দুবিধ। ধমনীয়ে ভাল (অক্সিজেন যুক্ত) তেজ আৰু শিৰাই বেয়া (অক্সিজেন বিহীন) তেজ পৰিবাহিত কৰে।

Guess This Actress: ৩৫ বছৰীয়া হ’ল এইগৰাকী জনপ্ৰিয় অভিনেত্ৰী! অভিনেত্ৰীগৰাকীৰ নাম ক’ব পাৰিবনে?

এগৰাকী ডাঙৰ ক্ৰিকেটাৰৰ লগত জড়িত তেওঁৰ নাম, এতিয়া তেওঁ এগৰাকী ছুপাৰষ্টাৰৰ লগত ডেটিং কৰিছে, ১৭০০ কোটি টকাৰ ব্লকবাষ্টাৰ এখন দিছে; কোন এই উদ্যোগৰ ৰাণীগৰাকী চিনিব পাৰিছেনে?(Guess This Actress)

Popular