মুখ্য-পৃষ্ঠা

Numerology: কিছুমান মানুহ অতি খৰচী, নিজৰ পকেট খালী কৰি আনৰ পৰা ধাৰ বিচাৰি থাকে এইসকল লোকে !

সংখ্যা বিজ্ঞানত ব্যক্তিজনৰ ব্যক্তিত্ব,(Numerology)আচৰণ, ভৱিষ্যৎ আদি ভিত্তি সংখ্যাৰ ভিত্তিত কোৱা হয়। সংখ্যা বিজ্ঞানৰ মতে কিছুমান নিৰ্দিষ্ট তাৰিখত জন্ম লোৱা লোকসকল অতি ব্যয়বহুল।

Himanta Biswa Sarma: ডিগবৈত নাচি নাচি পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ মুখ্যমন্ত্ৰীৰ

পঞ্চায়ত নিৰ্বাচন বাবে ডিগবৈত নাচি নাচি প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তিনিচুকীয়া জিলাৰ ৬ টা বিধান সভা সমষ্টি সামৰি ডিগবৈ টিংৰাই ৰাজহুৱা(Himanta Biswa Sarma) খেলপথাৰত অনুষ্ঠিত প্ৰচাৰ সভাত প্ৰায় আধা ঘণ্টা সময় ভাষণ প্ৰদান কৰে।‌

মহানগৰীত বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস পালন । Birangana Sati

মহানগৰীত বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস পালন । Birangana Sati

পোপ ফ্ৰান্সিছৰ দেহাৱসান: বিশ্ব খ্ৰীষ্টান সমাজত শোকৰ ছাঁ ।POPE FRANCIS NO MORE

পোপ ফ্ৰান্সিছৰ দেহাৱসান: বিশ্ব খ্ৰীষ্টান সমাজত শোকৰ ছাঁ ।POPE FRANCIS NO MORE

Pope Francis: ৮৮ বছৰ বয়সত প’প ফ্ৰান্সিছৰ দেহাৱসান, পৰৱৰ্তী প’প কোন হ’ব?

৮৮ বছৰ বয়সত দেহাৱসান প'প ফ্ৰান্সিছৰ। নিউমোনিয়াৰ ডাবল এটেকৰ আক্ৰান্ত হৈছিল প'প ফ্ৰান্সিছৰ। ৰোমান কেথলিক গীৰ্জাৰ প্ৰথম লেটিন আমেৰিকান প'প পোপ ফ্ৰান্সিছৰ মৃত্যু। বহু দিন তেওঁ অসুস্থ হৈ আছিল। এতিয়া নতুন প'প নিৰ্বাচিত হ’ব।(Pope Francis)

Popular