মুখ্য-পৃষ্ঠা

Unemployment Data: এতিয়াৰে পৰা প্ৰতি তিনি মাহৰ মূৰত নহয়, প্ৰতি মাহে প্ৰকাশ কৰিব নিবনুৱাৰ পৰিসংখ্যা কেন্দ্ৰই

এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰে প্ৰতি মাহে(Unemployment Data)নিবনুৱাৰ পৰিসংখ্যা প্ৰকাশ কৰিব৷ এতিয়ালৈকে সেই পৰিসংখ্যা তিনি মাহৰ মূৰে মূৰে দিয়া হৈছিল৷

Nilim Kumar: বিশিষ্ট কবি নীলিম কুমাৰলৈ ড০ চি নাৰয়ণ ৰেঙী ৰাষ্ট্ৰীয় বঁটা

নীলিম কুমাৰলৈ ড০ চি নাৰয়ণ ৰেঙী ৰাষ্ট্ৰীয় বঁটা।(Nilim Kumar)ভাৰতীয় সাহিত্যৰ এটা অতি সন্মানীয় বঁটা ড০ চি নাৰয়ণ ৰেড্ডী সাহিত্য বঁটা।

Atomic Clock: সময় সম্পৰ্কে আইনষ্টাইনৰ তত্ত্ব প্ৰমাণ কৰিব নাছাই

নাছাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ(Atomic Clock) কেন্দ্ৰ (আই এছ এছ)লৈ দুটা অত্যাধুনিক পাৰমাণৱিক ঘড়ী প্ৰেৰণ কৰিছে৷ মহাকাশত এটমিক ঘড়ী এনছেম্বল (এ চি ই এছ)অভিযানৰ অংশ হিচাপে আই এছ এছৰ কলম্বাছ মডিউলত স্থাপন কৰা হৈছে।

Randeep Hooda Meets PM: পি এম মোদীক সাক্ষাৎ মাতৃ, ভগ্নীৰ সৈতে অভিনেতা ৰনদীপ হুদাৰ

ছচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ ছবি শ্বেয়াৰ কৰিছে(Randeep Hooda Meets PM) অভিনেতা ৰনদীপ হুডাই। এই ছবিসমূহ শ্বেয়াৰ কৰাৰ সময়ত অভিনেতাগৰাকীয়ে কয় যে এই সময়ছোৱাত তেওঁ প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰে।

Guwahati Flood: গুৱাহাটীত আকৌ কৃত্ৰিম বান, বুৰ গ’ল মহানগৰীৰ বিভিন্ন অঞ্চল

গুৱাহাটীত আকৌ কৃত্ৰিম বান।(Guwahati Flood)এজাক বৰষুণতে বুৰ গ'ল মহানগৰীৰ বিভিন্ন অঞ্চল।নেৰানেপেৰা বৰষুণ নহয়, এঘণ্টাৰ বৰষুণতে ডুবিল মহানগৰী।

Popular