মুখ্য-পৃষ্ঠা

Bibek Pangeni Died: সৃজানা হাৰি গ’ল, গুছি গ’ল বিবেক! তৃতীয় পৰ্যায়ৰ কৰ্কট ৰোগে প্ৰাণ কাঢ়িলে বিবেকৰ

বিবেকৰ মগজুৰ কৰ্কট ৰোগ আছিল ষ্টেজ ৩। এনে অৱস্থাত পত্নী সৃজনা সুবেদী সকলো এৰি কেৱল স্বামীৰ সেৱা কৰিবলৈ আৰম্ভ কৰিলে। দুয়োৰে প্ৰেম দুই শৰীৰৰ এক আত্মাৰ দৰে আছিল। কিন্তু বিবেক সৃজনাক অকলে এই সংসাৰত এৰি নিজেই সংসাৰৰ পৰা আঁতৰি গ'ল বিবেক। (Bibek Pangeni Died)

Bharat Gourav Award: সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰলৈ ভাৰত গৌৰৱ বঁটা

সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰাপ্তি ঠাকুৰলৈ ভাৰত গৌৰৱ বঁটা। দীৰ্ঘদিন ধৰি জীৱ জন্তুৰ প্ৰতি দেখুৱাই অহা মৰম আৰু যত্নৰ বাবে আগবঢ়োৱা হৈছে এই ৰাষ্ট্ৰীয় পুৰস্কাৰ।(Bharat Gourav Award)

Congress Protest : কংগ্ৰেছৰ জনতা ভৱন ঘেৰাও কাৰ্যসূচী, কংগ্ৰেছৰ প্ৰতিবাদ ৰুধিবলৈ আৰক্ষীৰ সমৰসজ্জা!

আজি প্ৰদেশ কংগ্ৰেছে ঘেৰাও কৰিব জনতা ভৱন। কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ৰুধিবলৈ গুৱাহাটী মহানগৰীত সষ্টম আৰক্ষী-প্ৰশাসন। ইতিমধ্যে মোতায়েন কৰা হৈছে আৰক্ষী-নিৰাপত্তাৰক্ষী, অতিৰিক্ত বাহিনী।(Congress Protest)

Vastu Tips: গা ধোৱাৰ পিছত নকৰিব এই সমূহ ভুল, এই ৫ টা ভুলে আপোনাৰ জীৱন ধ্বংস কৰিব পাৰে!

বাস্তু শাস্ত্ৰত পাঁচটা ভুলৰ কথা উল্লেখ কৰা হৈছে, যিয়ে আৰ্থিক জীৱন আৰু মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।(Vastu Tips)

Tamarind Benefits: শীতকালত স্বাস্থ্যৰ ‘প্ৰকৃত বন্ধু’ তেতেলী! উচ্চ কলেষ্টেৰল, হৃদৰোগ আৰু কোষ্ঠকাঠিন্য সমস্যাৰ পৰা সকাহ পাব

উত্তৰ ভাৰতৰ পৰা দক্ষিণ ভাৰতলৈকে তেতেলী ব্যৱহাৰ কৰে ৰাইজে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শীতকালত তেতেলী আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে হাৰ্ট এটেকৰ আশংকা কম হ'ব।(Tamarind Benefits)

Popular