মুখ্য-পৃষ্ঠা

Varun Dhawan: ‘দেশৰ হনুমান’ অমিত শ্বাহ: অভিনেতা বৰুণ ধাৱন!

'মানুহে তেওঁক ৰাজনীতিৰ 'চাণক্য' বুলি কয়, কিন্তু মোৰ মতে তেওঁ 'দেশৰ হনুমান''। অমিত শ্বাহক 'দেশৰ হনুমান' আখ্যা অভিনেতা বৰুণ ধাৱানৰ। (Varun Dhawan)

Travel Food: বিদেশলৈ গৈ সমস্যাত পৰে নিৰামিষভোজীসকল! বিশ্বৰ বহু দেশত নিৰামিষ খাদ্য সহজলভ্য নহয়

নিৰামিষভোজীসকল বিদেশলৈ গৈ খাদ্যৰ সমস্যাত পৰে। বিদেশলৈ যোৱাৰ আগতে কিছুমান কথা জানি ল'ব লাগে।(Travel Food)

Pushpa 2 Box Office Collection: অতি সোনকালে আহিব পুষ্পা-৩, মুক্তিৰ ১০ দিনত ১১৯০ কোটি টকা সংগ্ৰহ পুষ্পা-২ৰ

আল্লু অৰ্জুন অভিনীত ছবি ছবি ‘পুষ্পা ২: দ্য ৰুল’ ছবিখনে বক্স অফিচত ১০ দিন সম্পূৰ্ণ কৰিলে। প্ৰথম দিনাৰ পৰাই সুন্দৰ আৰম্ভণি কৰা এই ছবিখনে এসপ্তাহৰ ভিতৰতে ১০০০ কোটিৰো অধিক উপাৰ্জন কৰিছে। দশম দিনটোত ছবিখনে কিমান সংগ্ৰহ কৰিলে জানো আহক।(Pushpa 2 Box Office Collection)

Wrinkles: এই ৫টা অভ্যাসৰ পৰা আঁতৰি থাকক! নহ’লে কম বয়সতে বৃদ্ধ ছালৰ গৰাকী হ’ব

বয়স বঢ়াৰ লগে লগে বলিৰেখা ওলোৱাটো অতি সাধাৰণ কথা। কিন্তু যদি কম বয়সতে মুখৰ ছাল ঢিলা হ’বলৈ আৰম্ভ কৰে, তেন্তে আপোনাৰ কিছুমান অস্বাস্থ্যকৰ অভ্যাস ইয়াৰ বাবে দায়ী হ’ব পাৰে।(Wrinkles)

Art and Literature Awards:শিশু সাহিত্যক-কাৰ্টুন শিল্পী তপন বৰুৱালৈ ‘শিল্প-সাহিত্য বঁটা-২০২৪’

'৪২ৰ গণ আন্দোলনৰ সক্ৰিয় কৰ্মী, কংগ্ৰেছ সেৱা বাহিনীৰ সেনানী মুক্তিযোদ্ধা বগাৰাম দিহিঙীয়াৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি সামৰণি অনুষ্ঠানটি কাইলৈ অনুষ্ঠিত হ'ব।(Art and Literature Awards)

Popular