মুখ্য-পৃষ্ঠা

Bohagi Utsav 2025: নামখলাত ব’হাগী উৎসৱৰ ৰূপালী জয়ন্তী উদযাপন

দৰঙৰ পানাৰা তৰুন পুথিভঁৰাল আৰু সামুহিক বিকাশ কেন্দ্ৰৰ সৌজন্যত ইতিহাসে গৰকা(Bohagi Utsav 2025) অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুটিক এইবেলি ব’হাগী উৎসৱৰ ৰূপালী জয়ন্তী হিচাবে পালন কৰিবলৈ প্ৰস্তুতি কৰিছে৷

Clay Pots: পাকঘৰত মাটিৰ পাত্ৰ কিয় গুৰুত্বপূৰ্ণ জানেনে ?

আধুনিক যুগত আমি মাটিৰ পাত্ৰ ব্যৱহাৰ কমিছে। কিন্তু আয়ুৰ্বেদ আৰু বিজ্ঞানে আকৌ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। আমি আপোনালোকক জনাম মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিলে কি কি লাভ হয়।(Clay Pots)

Rongali Bihu 2025: নিউ আর্ট প্লেয়াৰ্ছৰ জ্যেষ্ঠ ব্যক্তিক ৰঙালীৰ ওলগ

সামাজিক-সাংস্কৃতিক অনুষ্ঠান(Rongali Bihu 2025) গুৱাহাটীৰ নিউ আর্ট প্লেয়াৰ্ছৰ সদস্য সকলে বিগত তিনিটা দশকত ৰঙালী বিহুৰ সময়ত সমাজৰ বিভিন্ন ক্ষেত্রত বিশেষ ভাবে আগবঢ়োৱা সেৱাৰ বাবে কেইগৰাকীমান ব্যক্তিক বিহুৰ সম্ভাষণ জনাই আহিছে।

Earthquake In Afghanistan: ভূমিকম্পত কঁপিল আফগানিস্তানৰ ভূমি

এছিয়াত ভূমিকম্পৰ কম্পন দ্ৰুতগতিত দেখা গৈছে। আজি আফগানিস্তানত প্ৰবল ভূমিকম্পৰ সৃষ্টি হয়।(Earthquake In Afghanistan)

Katy Perry Space Travel: মহাকাশ ভ্ৰমণ কৰিলে পপ গায়িকা কেটি পেৰীয়ে, মাত্ৰ ১১ মিনিটৰ ভ্ৰমণৰ বাবে কিমান খৰচ হয় ?

ব্লু অৰিজিনৰ ‘নিউ শ্বেফাৰ্ড’ ৰকেটত উঠি সোমবাৰে ভাৰতীয় সময় অনুসৰি পুৱা ৯:৩০ বজাত টেক্সাছৰ ভেন হৰ্ণ স্পেচপ’ৰ্টৰ পৰা ৰাওনা হয়। পুৱা ১০ বজাৰ ঠিক আগতেই তেওঁলোক পৃথিৱীলৈ উভতি আহিল।(Katy Perry Space Travel)

Popular