মুখ্য-পৃষ্ঠা

Cows। বিলাসী বাহনত আহি গোহালীৰ পৰা চোৰে লৈ গ’ল গৰু

মৰিয়নিত পুৱতি নিশা আৰক্ষী চকীৰ সমীপৰ পৰাই বিলাসী বাহনত আহি গোহালীৰ পৰা চোৰে লৈ গ’ল গৰু।Cows মৰিয়নিৰ চেলেং চাহ বাগিছাত বিলাসী বাহন যোগে গৰু চোৰ।বাগিছাখনৰ সন্তোষ সিং নামৰ গো পালক জনৰ চোতালৰ পৰা পুৱতি নিশা এখন স্কপিঅ’ বাহনত অহা এটা চোৰৰ দলে এজনী গৰু চোৰ কৰি লৈ যায়।চোৰৰ দলটোৱে গৰু জনী স্কপিঅ’বাহনত উঠোৱা সময়ত গো পালক গৰাকী সাৰ পাই চিঞৰ বাখৰ কৰে যদিও গৰু সহ চোৰৰ দলটো ধোদৰ আলিয়েদি আমগুৰি

Brahmaputra।বিপজ্জনক হাৰত হ্রা*স পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

Brahmaputra। ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া চলিছে ঘোঁৰাগাড়ী আৰু খোজ কাঢ়িছে মানুহ। ধুবুৰীত ভয়ংকৰ ভাৱে শুকাইছে ব্ৰহ্মপুত্ৰৰ পানী। মৰুভূমিৰ সদৃশ্য হৈ পৰা এই বিশাল বালি চৰত এতিয়া চলিছে চাৰিচকীয়া বাহন, ট্ৰেক্টৰ আৰু ঘোঁৰাগাড়ী। ক্ৰমাৎ শুকাই গৈছে বাৰিষাত ভয়ংকৰ ৰূপধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ পক্ষ। সুজলা শুৱলা শয্য শামলা অসমৰ আয়ু ৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰ শুকাই যোৱা বৃদ্ধি পাইছে উদ্ধেগ।

‘Advantage Assam2.0’। ‘এডভেন্টেজ অসম২.০’ৰ প্ৰস্তুতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা

'Advantage Assam2.0'। অসমত উদ্যোগ স্হাপনৰ বাবে বিনিয়োগকাৰী সকলক আকৰ্ষিত কৰাৰ বাবে অহা বছৰৰ ২৪ আৰু ২৫ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য 'এডভেন্টেজ অসম ২.০'ৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত দিছপুৰৰ লোক সেৱা ভৱনত অনুষ্ঠিত হয়।দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব লগা এই সন্মিলনৰ যাৱতীয় প্ৰস্তুতিৰ অগ্ৰগতি সন্দৰ্ভত উদ্যোগ ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ পৰা উদ্যোগ মন্ত্ৰী বড়াই বুজ লয়।

Backless Outfits: পিঠিৰ যত্ন কেনেকৈ ল’ব? বেকলেছ ব্লাউজ পিন্ধি ভালপোৱা সকলে জানি লওক

এটা বেকলেছ ব্লাউজে যিকোনো সাজ-পোছাকক অধিক ধুনীয়া কৰি তোলে আৰু পিঠিখন যদি দাগমুক্ত নহয় তেন্তে বেকলেছ ব্লাউজ পিন্ধিলে ভাল দেখা নাযায়। গতিকে এতিয়াৰ পৰা পিঠিৰ যত্ন ল’ব।(Backless Outfits)

Thyroid Disease: কবি খোৱাৰ বতৰ, থাইৰয়ড ৰোগীয়ে কেনেকৈ খাব কবি?

ডাক্তৰে প্ৰায়ে কয় যে থাইৰয়ড হ’লে কবি, ফুলকবি আদি শাক-পাচলি নাখাব। কাৰণ এনে শাক-পাচলিয়ে থাইৰয়ড হৰম’নৰ ভাৰসাম্য বিনষ্ট কৰে।(Thyroid Disease)

Popular