মুখ্য-পৃষ্ঠা

Vikrant Massey: অভিনয় জগতৰ পৰা বিদায় ল’লে অভিনেতা বিক্ৰান্ত মেছীয়ে

অভিনয় জগতক বিদায় জনালে অভিনেতা বিক্ৰান্ত মেছীয়ে।সামাজিক মাধ্যমৰ জৰিয়তে এইকথা জনালে অভিনেতাগৰাকীয়ে।(Vikrant Massey)

Potato: আলুৰ নাটনি হোৱাৰ সম্ভাৱনা! অসমলৈ আলু ৰপ্তানিত বাধা বংগৰ

শীঘ্ৰেই ৰাজ্যত আলুৰ নাটনি হোৱাৰ সম্ভাৱনা আছে। কিয়নো পশ্চিমবংগৰ আলু বহিঃৰাজ্যত বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।(Potato)

Sprouted Gram: দৈনিক নিমখ আৰু পিয়াঁজৰ সৈতে গজালি ওলোৱা বুট খালে হ’ব ৰোগ প্ৰতিৰোধ

যিসকলে স্বাস্থ্যসন্মত আহাৰ বিচাৰে তেওঁলোকৰ বাবে গজালি ওলোৱা বুট এক উত্তম খাদ্য। গজালি ওলোৱা বুট খালে আমাৰ স্বাস্থ্যৰ বহু উপকাৰ হ’ব।(Sprouted Gram)

Bangladesh Chalo:বাংলাদেশ চলো- বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে শ্ৰীভূমিত গণ প্ৰতিবাদ

বাংলাদেশত(Bangladesh Chalo) সংখ্যালঘু হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ ঘটনাই ভাৰতত, বিশেষকৈ অসমতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ বাংলাদেশত এখন ভাৰতীয় বাছৰ ওপৰত হোৱা আক্ৰমণৰ পিছত তনে প্ৰতিক্ৰিয়া অধিক তীব্ৰ হৈ পৰিছে।

Protesting farmers march towards Delhi:দেশত আকৌ জাগিব কৃষক

আকৌ জাগিব কৃষক।আকৌ উত্তাল হ'ব দেশৰ ৰাজধানী চহৰ নতুন দিল্লী(Protesting farmers march towards Delhi)। কাৰণ ৬ ডিচেম্বৰত পুনৰ প্ৰতিবাদী কৃষকে দিল্লী অভিমুখে যাত্ৰা কৰিব। আজি আনুষ্ঠানিকভাবে এই কথা প্ৰকাশ কৰে আগশাৰীৰ কৃষক নেতাই।

Popular