মুখ্য-পৃষ্ঠা

CSK Vs RR: চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৬ ৰানত বিজয় সাব্যস্ত ৰাজস্থান ৰয়েলছৰ

দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত মেচখনত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৬ ৰাণত জয়লাভ ৰাজস্থান ৰয়েলছে।(CSK Vs RR)

Onion: ডায়েবেটিছ ৰোগীয়ে কিয় পিঁয়াজ খাব লাগে ?

পিঁয়াজ অবিহনে খাদ্যৰ সোৱাদ নহয়, কিন্তু আপুনি জানেনে যে যদি কোনো ব্যক্তিৰ ডায়েবেটিছ হয়, তেন্তে তেওঁ পিঁয়াজৰ সহায়ত নিজৰ স্বাস্থ্য কেনেকৈ ভালে ৰাখিব পাৰে জানিব লাগে?(Onion)

Turmeric: হালধিৰ সৈতে মুখৰ ক’লা দাগ কেনেকৈ আঁতৰাব ?

সকলোৱে নিজকে ধুনীয়া কৰি ৰাখিব বিচাৰে। ইয়াৰ বাবে বজাৰত উপলব্ধ দামী এণ্টি এজিং ক্ৰীম আৰু ট্ৰিটমেণ্টৰ বাবে মানুহে হাজাৰ হাজাৰ টকা খৰচ কৰে। কিন্তু এতিয়া এই দামী সামগ্ৰীৰ বাবে ধন খৰচ কৰাৰ প্ৰয়োজন নাই।(Turmeric)

Bangalore-Kamakhya Express: ওড়িশাত বেংগালুৰু-কামাখ্যা এক্সপ্ৰেছৰ ১১টাকৈ দবা লাইনচ্যুত, বেংগালুৰুৰ পৰা অসমলৈ আহি আছিল ৰে’লখন

ওড়িশাত বেংগালুৰু-কামাখ্যা এক্সপ্ৰেছৰ দবা লাইনচ্যুত।(Bangalore-Kamakhya Express)কটকৰ চৰ্দাৰ নীৰগুন্দী ষ্টেচনত এই দুর্ঘটনা।ৰে'লখনৰ ১১টাকৈ দবা লাইনচ্যুত ।

Upasa Phukan: ভৃগু ফুকনৰ জীয়ৰী উপাসা ফুকনৰ ৰহস্যজনক মৃত্যু !

গুৱাহাটীৰ উজানবজাৰত চাঞ্চল্যকৰ ঘটনা।(upasa phukan)ৰহস্যজনকভাৱে মৃত্যু ভৃগু ফুকনৰ জীয়ৰী উপাসা ফুকনৰ। ২ মহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু যুৱতীগৰাকীৰ।

Popular