মুখ্য-পৃষ্ঠা

Summer Hydrating Drink: গৰমত খাওক অমৃত ৰস, কেনেকৈ বনাব অমৃত ৰস?

গ্ৰীষ্মকালত কিছুমান বিশেষ ৰসে শৰীৰক শীতল কৰাই নহয় শক্তিও প্ৰদান কৰে। এনে তিনিটা ৰসৰ বিষয়ে জানো আহক, যিয়ে আপোনাক গৰমত ভালে ৰাখিব।(Summer Hydrating Drink)

Donald Trump: ‘পুৰুষতকৈ নাৰী বুদ্ধিমান!’ এই কথা ক’লে ড’নাল্ড ট্ৰাম্পে

'পুৰুষতকৈ নাৰী বুদ্ধিমান!' ড’নাল্ড ট্ৰাম্পৰ এই ব্যাখ্যাই হাঁহিৰ খোৰাক যোগাইছে, ট্ৰাম্প প্ৰশাসনত কেইবাটাও গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত মহিলা। যেনে প্ৰেছ সচিব কেৰ’লিন লিভিট, এটৰ্নী জেনেৰেল পেম বণ্ডি, মুখ্য কৰ্মচাৰী চুজি ৱাইলছ।(Donald Trump)

Himanta Biswa Sarma: ৰোমন্থন, ৪১ বছৰীয়া কাহিনী ৰোমন্থন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ !

নগাঁৱৰ কামপুৰত এটা দৃশ্যৰ পুনৰাবৃত্তি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। ৪১ বছৰীয়া কাহিনীৰ ৰোমন্থনেৰে স্মৃতিকাতৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।(Himanta Biswa Sarma)

Bornali Sonowal Gogoi: বিউটি, হেয়াৰ এণ্ড মেকআপ প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ বৰ্ণালী সোণোৱাল গগৈৰ কৃতিত্ব

গুৱাহাটীৰ ৰাজধানী মছজিদত থকা চিগ্‌নেচাৰ ট্ৰেনিং ইনষ্টিটিউত এণ্ড আয়ুৰ্বেদা ইনষ্টিটিউতৰ উদ্যোগত অনুষ্ঠিত হোৱা বিউটি, হেয়াৰ এণ্ড মেকআপ প্ৰতিযোগিতাত ডিব্ৰুগড় মোহনবাৰীৰ বৰ্ণালী সোণোৱাল গগৈ বিজয়ী হৈছে।(Bornali Sonowal Gogoi)

Road Accident: আজি পবিত্ৰ ঈদ-উল-ফিতৰ, ঈদৰ দিনাই দৰঙৰ ধুলাত শোকাৱহ দুৰ্ঘটনা

ঈদক লৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত ব্যাপক উছাহ। আটকধুনীয়াকৈ সজাই তোলা হৈছে মছজিদসমূহ। পবিত্ৰ ঈদৰ দিনাই দৰঙৰ ধুলাত সংঘটিত শোকাৱহ দুৰ্ঘটনা।(Road Accident)

Popular