মুখ্য-পৃষ্ঠা

Rohit Sharma and Ritika Sajdeh: সামাজিক মাধ্যমত পুত্ৰৰ নাম প্ৰকাশ ৰোহিত-ঋতিকাৰ

ক্ৰিকেটপ্ৰেমীসকলে ৰোহিত-ঋতিকাৰ পুত্ৰৰ নাম জানবিলৈ আগ্ৰহী হৈ পৰিছিল। ৰোহিতৰ পত্নীয়ে নিজেই সেই কৌতুহলৰ অন্ত পেলালে। ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে ৰোহিত-ঋতিকাৰ পুত্ৰৰ নাম।(Rohit Sharma and Ritika Sajdeh)

Vivek Oberoi: কেৰিয়াৰৰ প্ৰত্যাহ্বানৰ মাজতো ১২০০ কোটি টকাৰ সম্পত্তিৰ গৰাকী বিবেক অবেৰয়

বৰ্তমান বিবেকৰ সম্পত্তিৰ পৰিমাণ ১২০০ কোটি টকা। তেওঁৰ সফলতাৰ প্ৰেৰণাদায়ক কাহিনীৰ বিষয়ে জানক।(Vivek Oberoi)আশা কৰা ধৰণে বিবেক অবেৰয়ৰ বলীউড যাত্ৰা বৰ বেছি ভাল নাছিল। কেইবাখনো হিট ছবিত অভিনয় কৰাৰ পিছতো বলিউদে বয়কট কৰিছিল তেওঁক।

December: ডিচেম্বৰ ধনলক্ষ্মী যোগ, কোন কোন ৰাশিৰ জীৱনলৈ আহিব টকা-পইচা

নৱগ্ৰহত গ্ৰহ প্ৰভু মংগল গ্ৰহৰ অতি গুৰুত্বপূৰ্ণ। শৰীৰক কেনেকৈ তেজৰ প্ৰয়োজন। নৱগ্ৰহত থকা মংগল গ্ৰহেহে তেজৰ বাবে কাম কৰে। মংগল গ্ৰহই নিৰ্দিষ্ট সময়ৰ পিছত ৰাশি সলনি কৰে, যাৰ ফলত প্ৰতিটো ৰাশিৰ জীৱনত কোনোবা নহয় কোনোবা প্ৰকাৰে প্ৰভাৱ পৰে।(December)

Depression: উদ্বেগ, হতাশা দূৰ কৰিবলৈ খাব এই তিনিবিধ খাদ্য

উদ্বেগ, হতাশা আঁতৰাই ৰাখিবলৈ ৩টা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। মনটোক সুস্থ কৰি ৰাখিবলৈ সন্মুখত যি সুস্বাদু খাদ্য দেখিব তাকেই খালে শৰীৰৰ ওজন আৰু মানসিক চাপ দুয়োটাই সমান্তৰালভাৱে বৃদ্ধি পাই।(Depression)

Eknath Shinde: কি হ’ব মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ সমীকৰণ! অসুস্থ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দে

ডিঙিৰ সংক্ৰমণ, জ্বৰত আক্ৰান্ত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে! মুখ্যমন্ত্ৰী পদক লৈ চলি থকা জল্পনা-কল্পনাৰ মাজতে ঘৰতে অসুস্থ হৈ আছে শিণ্ডে।(Eknath Shinde)

Popular