মুখ্য-পৃষ্ঠা

Baahubali 2: ৪৭ বছৰ বয়সত বিবাহপাশত আৱদ্ধ বাহুবলী-২ ছবিৰ এইজন অভিনেতা

বাহুবলী ২ৰ এই অভিনেতাগৰাকীয়ে ৪৭ বছৰ বয়সত বিবাহপাশত আৱদ্ধ হয়। ছ'চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে অভিনেতাগৰাকীৰ গোপন বিয়াৰ ফটো। য’ত তেওঁক পত্নীৰ সৈতে সাগৰৰ পাৰত ফটোৰ বাবে পোজ দিয়া দেখা গৈছে।(Baahubali 2)

Liver: যকৃত ৰোগীৰ খাদ্য তালিকাত অন্তভুক্ত কৰক এই সমূহ খাদ্য

যকৃতক সুস্থ কৰি ৰাখিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাল খাদ্যাভ্যাস। এনে পৰিস্থিতিত যদি আপুনি লিভাৰ সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হৈছে, তেন্তে আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব কিছুমান বিশেষ খাদ্য। (Liver)

Mising Sports Carnival:গোগামুখত মিচিং স্পৰ্টছ্‌ কাৰ্নিভেলত অসম কন্যা লাভলীনা বৰগোহাঁই

বৰ্ণিল তথা মায়াময় পৰিৱেশত আজিৰে পৰা ধেমাজি জিলাৰ গোগামুখত(Gogamukh) চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মিচিং স্পৰ্টছ্‌ কাৰ্নিভেলৰ(Mising Sports Carnival) দ্বিতীয় সংস্কৰণ৷

PM MODI:পুনৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ আহিছে হ*ত্যা*ৰ ভা*বু*কি

ফোন কল পোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে এই ফোনটো এগৰাকী ৩৪ বছৰীয়া মহিলাই কৰিছিল। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। (MODI)

Priyanka Gandhi। সংবিধানৰ প্ৰতিলিপি হাতত লৈ সাংসদৰূপে শপত ল’লে প্ৰিয়ংকা গান্ধীয়ে

লোকসভা সংসদৰ সদস্য হিচাপে শপতগ্ৰহণ কৰিলে ৱায়নাড়ৰ সাংসদ তথা কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ।হাতত সংবিধানৰ প্ৰতিলিপি লৈ লোকসভাত শপতগ্ৰহণ কৰে প্ৰিয়ংকা গান্ধীয়ে ।( Priyanka Gandhi )

Popular