মুখ্য-পৃষ্ঠা

Kaziranga । কাজিৰঙাত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা

Kaziranga। ৰাজ্য়খনৰ পৰ্যটন ক্ষেত্ৰৰ বাবে ভাল খবৰ । পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে পৰ্যটন ক্ষেত্ৰসমূহত দেশী বিদেশী পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে ।

Margherita । মাৰ্ঘেৰিটাত সমঃজিলা ভিত্তিত মে ডাম মে ফি ৰ আয়োজনৰ প্ৰস্তুতি

Margherita । মে-ডাম-মে-ফি হৈছে টাই আহোমসকলৰ ফুৰালুং ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত এক উৎসৱ।পূৰ্বপুৰুষক উপাসনাৰে দেশ তথা জাতিৰ মঙ্গল কামনাৰে আয়োজিত কৰা হয় এই উৎসৱ (May Dam Me Phi) ।

Online Trading। জামিন পালেও মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব বিশাল আৰু তাৰ্কিক

Online Trading। জামিন পালেও মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব বিশাল আৰু তাৰ্কিক । এটা গোচৰত হে জামিন লাভ কৰিছে বিশালে । যাৰ বাবে মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব বিশাল ফুকন ।

Imran Khan । ইমৰাণ খানৰ বিৰুদ্ধে কোন দেশৰ সেনাই দিলে “শ্বু/ট-এ/ট-চা/ই/ট”ৰ নি/ৰ্দে/শ !

পাকি/স্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক (Imran Khan) মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদৰ মাজতে পাকিস্তানৰ ৰাজধানী ইছলামবাদত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাত চৰকাৰে সেনাক হস্তক্ষেপ কৰাৰ নিৰ্দেশ দিয়ে। ইছলামবাগৰ ৰাজপথত প্ৰতিবাদকাৰীৰ আৰক্ষীৰ সৈতে সংঘৰ্ষত কমেও চাৰিজন পুলিচ আৰু এজন সাধাৰণ নাগৰিকৰ মৃত্যু হয়। ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি ২৪৫ নং ধাৰাত “শ্বুট এট চাইট”ৰ নিৰ্দেশ জাৰি কৰে - যিটো সশস্ত্ৰ বাহিনীৰ বাবে “বাহ্যিক আগ্ৰাসন বা যুদ্ধৰ ভাবুকিৰ বিৰুদ্ধে পাকিস্তানক ৰক্ষা কৰিবলৈ” উদ্দেশ্য কৰা এটা দফা। সংবাদ মাধ্যমে সেনাবাহিনীৰ এই নিৰ্দেশত সৈনিকসকলক “কাকো ক্ষমা নকৰিবলৈ” নিৰ্দেশ দিছে।

Rishab Pant: দিল্লী কেপিটেলছ এৰাৰ পূৰ্বে আৱেগভৰাৰ পোষ্ট ঋষভ পন্তৰ

খেলপথাৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে এই দলটোৰ সৈতে কটোৱা সময়খিনি অকল্পনীয়। মই কিশোৰ অৱস্থাতে এই দলটোলৈ আহিছিলো।(Rishab Pant)

Popular