Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মুখ্য-পৃষ্ঠা
পবিতৰাৰ বন মহোৎসৱ সপ্তাহত বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ডাঙৰ ঘোষণা । Jayanta Malla Baruah
নাগৰিকত্বক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: PAN, ভোটাৰ কাৰ্ড বা NRC শ্লিপেই নাগৰিকত্বৰ প্ৰমাণ নহয়
ভুৱা নথিৰে পাছপ’ৰ্ট প্ৰস্তুতঃ হোজাই মোৰাঝাৰত গ্ৰেপ্তাৰ এজন আন্তৰাষ্ট্ৰীয় প্ৰৱঞ্চক । Hojai
Mitradev Mahanta: প্ৰাক্তন সভাপতি মিত্ৰদেৱ মহন্তক স্মৰণ অসম সাহিত্য সভাৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
March 26, 2025
অসমৰ এজন বিখ্যাত কবি, সাহিত্যিক, নাট্যকাৰ, অভিনেতা তথা অসম সাহিত্য সভাৰ ১৯৬৪ চনৰ ডিগবৈ অধিৱেশনৰ সভাপতি মিত্ৰদেৱ মহন্তৰ মৃত্যু দিৱসটি আজি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হয়।(Mitradev Mahanta)
Donald Trump: বিৰোধীৰ প্ৰশ্নৰ সন্মুখত নতুন নিৰ্দেশনা ! আমেৰিকাৰ নিৰ্বাচনী প্ৰক্ৰিয়া পৰিৱৰ্তনৰ নিৰ্দেশ ট্ৰাম্পৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
March 26, 2025
ট্ৰাম্পৰ নতুন কাৰ্যবাহী আদেশ অনুসৰি নাগৰিকত্বৰ প্ৰমাণ অবিহনে কোনো ভোটাৰে আমেৰিকাত ভোটদানৰ বাবে পঞ্জীয়ন কৰিব নোৱাৰিব। তদুপৰি নির্বাচনৰ দিনলৈকে সকলোৱে ভোটদান কৰিব লাগিব বুলিও নিদেৰ্শত উল্লেখ আছে৷(Donald Trump)
TV Vastu Tips: ঘৰৰ কোন দিশত টিভি ৰাখিব নালাগে, টিভি ৰখাৰ নিয়ম জানি লওক !
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
March 26, 2025
প্ৰতিটো ঘৰতে টিভি থকাটো সাধাৰণ কথা। কিন্তু আপুনি জানেনে যে এটা দিশ আছে য’ত ভুলতেও টিভি ৰখা উচিত নহয়। ভুল দিশত টিভি কৰিলে সুখী পৰিয়ালও ছিন্নভিন্ন হৈ পৰে।(TV Vastu Tips)
IPL 2025: আজি গুৱাহাটীত ৰাজস্থান ৰয়েলছ আৰু KKRৰ হাইভল্টেজ মেচ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
March 26, 2025
গুৱাহাটীৰ বৰ্ষাপাৰাত IPLৰ মহাৰণ।(IPL 2025)আজি বৰ্ষাপাৰাৰ অসম ক্ৰিকেট এছ’চিয়েছনৰ ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত হাইভল্টেজ মেচ।
সুৰা পান কৰি বিহু চাবলৈ যোৱা সুৰাপায়ী সকল সাৱধান ! কঠোৰ হৈছে বিহু সমিতি, বিহু সুৰক্ষা সমিতি । BIHU
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
March 25, 2025
২৫ মাৰ্চ :Bihu । সুৰা পান কৰি বিহু চাবলৈ যোৱা সুৰাপায়ী সকল সাৱধান। কঠোৰ হৈছে তেজপুৰৰ একাংশ বিহু সমিতি, বিহু সুৰক্ষা সমিতি । সাৱধান সুৰাপায়ী। মদ খাই বিহু চাবলৈ নাযাব। মদ খাই বিহু ফিল্ডত উদ্ভণ্ডালি কৰিলে ধৰি বান্ধি আৰক্ষীক গতাই দিয়া হ’ব। গ্ধবিহু ফিল্ডত মদ খাই অসভ্যালি নৃত্য কৰিলেও ৰঙা ঘৰৰ আলহী হ’ব পাৰে। তেজপুৰ একাংশ বিহু সমিতি, বিহু সুৰক্ষা সমিতি,অসম। ধৰি বান্ধি আৰক্ষীক গতাই দিম মধ্য তেজপুৰ বিহু সন্মিলনীৰ সিদ্ধান্ত এয়া।ৰমেন পাটোৱাৰী, সম্পাদক মধ্য তেজপুৰ বিহু সন্মিলনী।
1
...
561
562
563
...
2,456
Page 562 of 2,456
Popular
ভাৰত-জাপানৰ কৌশলগত সম্পৰ্কলৈ নতুন গতি: প্ৰতিৰক্ষা, AI, শক্তি আৰু অৰ্থনৈতিক সহযোগিতাৰ একাধিক চুক্তি স্বাক্ষৰ ।India, Japan
দৈনন্দিন বাৰ্তা
-
July 2, 2026