মুখ্য-পৃষ্ঠা

Maharashtra CM News: পদত্যাগ কৰিবলৈ সাজু নহয় শিন্দে; কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’বনে দেৱেন্দ্ৰ ফাড়নাবিছ নে একনাথ শিণ্ডে মুখ্যমন্ত্ৰী হৈ থাকিব? এই প্ৰশ্নৰ টাগ অফ ৱাৰ অব্যাহত আছে বিধানসভা নিৰ্বাচনত জয়ী হোৱা মহাযুতিত।(Maharashtra CM News)

Vaibhav Suryavanshi: IPLৰ সৰ্বকনিষ্ঠ খেলুৱৈ বৈভৱ সূৰ্যবংশীক ১.১ কোটিত ক্ৰয় ৰাজস্থান ৰয়েলছৰ

১.১ কোটি টকাত বৈভৱ সূৰ্যবংশীক ক্ৰয় ৰাজস্থান ৰয়েলছৰ। IPLৰ ইতিহাসত স্বাক্ষৰিত সৰ্বকনিষ্ঠ খেলুৱৈ ১৩ বছৰীয়া বৈভৱ।(Vaibhav Suryavanshi)

Elaichi: ইলাচিয়ে খুলিব আপোনাৰ ভাগ্য দুৱাৰ!

সেউজীয়া ইলাচিৰ প্ৰতিকাৰৰ সহায়ত আপোনাৰ ভাগ্যৰ দুৱাৰ খোল খাব। কাৰণ জ্যোতিষত সেউজীয়া ইলাচিক অতি ফলপ্ৰসূ আৰু কাৰ্যক্ষম বুলি গণ্য কৰা হয়।(Elaichi)

Rishabh Pant: ঋষভ পন্তৰ খাদ্যৰ তালিকাত কি কি আছিল? তেওঁৰ পুষ্টিবিদে জনালে সকলো…

যেতিয়া ঋষভ পন্তৰ গাড়ী দুৰ্ঘটনাৰ খবৰ আহিছিল, তেতিয়া কোনেও ভবা নাছিল যে তেওঁ কেতিয়াও ক্ৰিকেট খেলপথাৰত পুনৰ খেলিব পাৰিব। তেওঁৰ আৰোগ্য লাভৰ ক্ষেত্ৰত ডায়েটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।(Rishabh Pant)

Actress Amrita Gogoi:নগাঁও বাইপাছৰ ছানযুক্তি হোটেলৰ নিৰাপত্তাক লৈ সৰৱ অভিনেত্ৰী অমৃতা গগৈ

নগাঁও বাইপাছৰ(Nagaon Bypass) ছানযুক্তি নামৰ এখন হোটেলৰ(Sunyukti Hotel) নিৰাপত্তাৰ ফোপোলা দিশ উন্মোচন কৰি সামাজিক মাধ্যমত সৰৱ হৈ পৰিছে অভিনেত্ৰী অমৃতা গগৈয়ে(Actress Amrita Gogoi)।

Popular