মুখ্য-পৃষ্ঠা

World Water Day 2025: আজি বিশ্ব জল দিৱস

পানীয়েই প্ৰাণীৰ প্ৰাণ।(World Water Day 2025) পানী অবিহনে আমি কোনো জীয়াই থাকিব নোৱাৰোঁ। অক্সিজেনৰ পাছতে যাৰ অবিহনে মানুহ নামৰ জাতিটো অস্তিত্বহীন সেয়াই হৈছে পানী।

Basanta Kumar Goswami: তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীলৈ ৰাজহুৱা অভিনন্দন

Asam Sahitya Sabha: তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীলৈ ৰাজহুৱা অভিনন্দন

IPL 2025: আজিৰে পৰা IPLৰ ১৮ সংখ্যক সংস্কৰণ

আজিৰে পৰা IPLৰ ১৮ সংখ্যক সংস্কৰণ।(IPL 2025)কলকাতাৰ ইডেন গার্ডেনত উদ্বোধনী মেচ হ'ব।

Horoscop: মিথুন, তুলা ৰাশিৰ লোকৰ পদোন্নতি; ১২ ৰাশিৰ ৰাশিফল ​​পঢ়ক

জ্যোতিষৰ দৃষ্টিকোণৰ পৰা ২২ মাৰ্চ ২০২৫, শনিবাৰ এটা গুৰুত্বপূৰ্ণ দিন। ১২ ৰাশিৰ ৰাশিফল ​​পঢ়ক।(Horoscop)

Clothes Distribution: বি টি চিৰ ২ নং গুমা সমষ্টিত সজল ফাউণ্ডেচনৰ দ্বাৰা ঈদ উপলক্ষে ২,৭০০ পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ

ইছলাম ধৰ্মালম্বী লোকৰ ঈদ উপলক্ষে সজল ফাউণ্ডেচনৰ মুখ্য পৃষ্ঠোপোষক তথা বি টি চিৰ কাৰ্যবাহী সদস্য সজল(Clothes Distribution) সিংহে নতুন বস্ত্ৰ বিতৰণ কৰা আৰম্ভ কৰিছে ৷

Popular