Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

১০ ছেপ্টেম্বৰত ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ভাৰত ভ্ৰমণ

অনলাইন বাৰ্তা : ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰী ফ্লৰেন্স পাৰ্লিয়ে অহা ১০ ছেপ্টেম্বৰত আম্বালাত ভাৰতীয় বায়ুসেনাই ৰাফেল জেট আৱেশ অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে ভাৰত ভ্ৰমণ কৰিব ৷ এই ভ্ৰমণ কালত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে দ্বিপাক্ষীয়
Read More...

উদ্ধব ঠাকৰেৰ পাচত এনচিপিৰ নেতা শৰদ পাৱাৰক ডাউদৰ নামলৈ ভাবুকি

অনলাইন বাৰ্তা : শনিবাৰে স্বয়ং মুখ্যমন্ত্ৰীৰ লেণ্ড লাইনত ডাউদৰ নাম লৈ ফোনত ভাবুকি দিছিল ৷ সোমবাৰে ফোনত একেদৰে ভাবুকি দিলে মহাৰাষ্ট্ৰৰ গৃহ মন্ত্ৰী অনিল দেশমুখ আৰু এনচিপিৰ নেতা শৰদ পাৱাৰক ৷ দেওবাৰে দুয়োজন নেতাক তেওঁলোকৰ ঘৰৰ ফোনত ভাবুকি দিয়া
Read More...

ৱাই-প্লাছ কেটেগৰী লাভ কংগনা ৰানাৱাটৰ

অনলাইন বাৰ্তা : ৱাই- প্লাছ কেটেগৰী লাভ কৰিলে কংগনা ৰানাৱাটে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সূত্ৰত এই কথা প্ৰকাশ ৷ উল্লেখ্য যে ব্যক্তিগত নিৰাপত্তাৰক্ষী আৰু কমাণ্ডোসহ ১১ জন সশস্ত্ৰ আৰক্ষীৰে সুৰক্ষিত হ’ব 'কুইন' কংগনা ৰানাৱাট ৷ অভিনেতা সুশান্ত সিং
Read More...

খটৰা সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

অনলাইন বাৰ্তা : মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৪ সংখ্যক তিৰোভাৱ তিথি ৷ ৰাজ্যত পালন কৰা হৈছে মহাপুৰুষ জনাৰ তিৰোভাৱ তিথি ৷ সত্ৰ নামঘৰ সমূহত পুৱাৰে পৰা আৰম্ভ হৈছে নাম - প্ৰসঙ্গ ৷ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰ নামঘৰ সমূহ৷ দৰঙৰ
Read More...

ধন বিচাৰি পত্নীক শাৰিৰীক মানসিক অত্যাচাৰ : স্বামীৰ বিৰুদ্ধে থানাত এজাহাৰ

নলবাৰী : প্রায় বাৰ বছৰ পূৰ্বে অগ্নিক সাক্ষী কৰি পত্নীৰ মৰ্যদা দি ঘৰলৈ অনা নিজৰ বিবাহিত পত্নীক একমাত্র ধনৰ লালসাত অকথ্য নিৰ্যাতন চলাই শাৰিৰীক-মানসিকভাবে ভাৰাক্ৰান্ত কৰা এক ঘটনাই নলবাৰীত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অভিযোগ অনুসৰি
Read More...

কংগ্ৰেছৰ সভানেত্ৰীলৈ পুনৰ পত্ৰ বোমা : পৰিয়ালতন্ত্ৰৰ মোহ এৰি দললৈ গণতন্ত্ৰ ঘূৰাই অনাৰ দাবী

অনলাইন বাৰ্তা : পুনৰ এক পত্ৰ বোমা ৷ আগৰ পত্ৰৰ সমস্যা শেষ হ’বলৈ নাপালেই পুনৰ আন এখন চিঠি পালে কংগ্ৰেছ সভানেত্ৰীয়ে৷ এইবাৰ চিঠি আহিল উত্তৰ প্ৰদেশৰ পৰা ৷ চিঠিত লিখা হৈছে পৰিয়ালতন্ত্ৰৰ উৰ্দ্ধত থাকি পথাৰত নমা জৰুৰী ৷ নহ’লে শেষ হৈ যাব কংগ্ৰেছ৷
Read More...

গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ নামত চাৰিটা ফোন কল : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ ‘মাতশ্ৰী’ বাসভৱন…

দৈনন্দিন বাৰ্তা ডেস্ক : স্বয়ং মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লেণ্ড লাইনত ফোন কৰি 'মাতশ্ৰী' বাসভৱন উৰুৱাই দিয়াৰ ভাবুকি দিছে গেংষ্টাৰ ডাউদ ইব্ৰাহিমে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধব ঠাকৰেয়ে গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ নামত চাৰিটা এনে ফোন কল পায় ৷
Read More...

ক’ৰোনাৰ পৰা ৰক্ষা পাবলৈ ভাৰতক সাহায্য জাৰ্মানীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ভাৰতত নিতৌ বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ ৷ এই মহামাৰীৰ পৰা ৰক্ষা পাবৰ বাবে ভাৰতক সহায়ৰ হাত আগবঢ়াইছে বন্ধু দেশ জাৰ্মানীয়ে ৷ বৃহৎ পৰিমাণৰ টেষ্টিং কিট, পিপিই পঠাইছে জাৰ্মানীয়ে৷ তাৰ লগতে আর্থিক সাহায্য আগবঢ়াইছে এংগেলা
Read More...

আইপিএলৰ সূচী ঘোষণা : ১৯ ছেপ্টেম্বৰত উদ্বোধনী মেচত মুম্বাই ইণ্ডিয়ানছ, চেন্নাই ছুপাৰ কিংছ

অনলাইন বাৰ্তা : আইপিএলৰ দুটা সৰ্বাধিক সফল দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেলেৰে চলিত বৰ্ষৰ আইপিএলৰ উদ্বোধনী মেচ অনুষ্ঠিত হ’ব ৷ বিচিচিআই-এ দেওবাৰে এইবাৰৰ আইপিএলৰ সম্পূৰ্ণ সূচী প্ৰকাশ কৰে ৷ উল্লেখ্য যে এই দুয়োটা দলেই ২০১৯ চনৰ
Read More...

ভাৰতত যোৱা ২৪ ঘণ্টাত ৯০,৬৩৩ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত

অনলাইন বাৰ্তা : দেশত সৰ্বাধিক ৯০ হাজাৰৰ অধিক লোক এদিনতে ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ইয়াকে লৈ দেশত মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৪১ লাখ অতিক্ৰম কৰিলে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যত এই কথা প্ৰকাশ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে
Read More...