মুখ্য-পৃষ্ঠা

Mithun Chakraborty: যশস্বী অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদা চাহেব ফাল্কে বঁটা

মিথুন চক্ৰৱৰ্তীক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে এই সন্মান লাভ কৰিব মিথুন চক্ৰৱৰ্তীয়ে।(Mithun Chakraborty)

Jharkhand Polls: আজছু, জেডি(ইউ) সৈতে বিজেপিৰ আসন ভাগ-বতৰা প্ৰায় চূড়ান্ত হৈছে, ঝাৰখণ্ডত ক‘লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

পূৰ্বে বিজেপি আৰু সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থাই একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আশা কৰা হৈছিল যদিও বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে জনতা দলো (ইউনাইটেড) এই মিত্ৰতাৰ অংশ হ’ব।(Jharkhand Polls)

Somnath Temple: সোমনাথ মন্দিৰ বেদখল বিৰোধী অভিযান: ভাঙি পেলোৱা হ’ল ৯টা অবৈধ মছজিদ, দৰগাহ

গুজৰাটৰ গিৰ সোমনাথত মন্দিৰৰ পিছফালে থকা চৰকাৰী ভূমিৰ পৰা বেদখল আঁতৰোৱাৰ বাবে এই অভিযান আৰম্ভ কৰা হয়। (Somnath Temple)

Himanta Biswa Sarma rise in national politics: দেশৰ প্ৰধানমন্ত্ৰীৰ দৌৰত ড° হিমন্ত বিশ্ব শৰ্মা !

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিয় ভাৰতৰ ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী হ'ব পাৰে ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেনেদৰে অগ্ৰগতি লাভ কৰিছে( Himanta Biswa Sarma rise in national politics) ? সেইয়া জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

IIFA 2024 winners list : শ্বাহৰুখ খান আৰু ৰাণী মুখাৰ্জীলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

এইবাৰৰ IIFA 2024 ত শ্বাহৰুখ খান আৰু ৰাণী মুখাৰ্জীয়ে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছে। "এনিমেল" ছবিখনে একাধিক সন্মান লাভ কৰি হৈ পৰিল আলোচনাৰ কেন্দ্ৰবিন্দু । সম্পূৰ্ণ বিজয়ীৰ তালিকা আৰু বিৱৰণ পঢ়ক(IIFA 2024 winners list)।

Popular