মুখ্য-পৃষ্ঠা

Witchcraft accusations in Gossaiagaon: ডাইনী অপবাদেৰে সমাজৰ পৰা এঘৰীয়া তিনিটা পৰিয়ালক!

গোসাঁইগাঁৱৰ তিনিটা পৰিয়ালৰ তিনিগৰাকীকৈ মহিলাক ডাইনী অপবাদেৰে তিনি বছৰ ধৰি সমাজৰ পৰা বহিষ্কাৰ কৰি ৰখাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ(Witchcraft accusations in Gossaiagaon) । পৰিয়াল তিনিটাক মানসিক নিৰ্যাতনৰ লগতে বিভিন্ন ধৰণে অত্যাচাৰ চলাই অহাৰো অভিযোগ পৰিয়াল তিনিটাৰ।

Death of class IX student: দৰঙৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাণ্ডক লৈ খৰ্গহস্ত জিলা ছাত্ৰ সন্থা

পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত শোকাৱহ ঘটনাটোৰ পিছতো ঘটনাস্থলীত উপস্থিত নহ’ল দৰং জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে(Death of class IX student) । পৰিদৰ্শকগৰাকীয়ে কেৱল অফিচৰ এচি ৰুমত বহিয়ে দায়িত্ব পালন কৰাৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ(School Inspector criticized by AASU) ।

Coal India’sমাৰ্ঘেৰিটাৰ লিডুত ক’ল ইণ্ডিয়াৰ ডাম্প্ৰিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে জনজাতীয় গাঁৱলৈ চৰম ভাবুকি

Coal India's dumping ground in Margherita'sমাৰ্ঘেৰিটাৰ লিডুত ক'ল ইণ্ডিয়াৰ ডাম্প্ৰিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে tribal villageজনজাতীয় গাঁৱলৈ চৰম ভাবুকি

Assam Cabinet:নৱম শ্ৰেণীৰ ৩ লক্ষাধিক ছাত্র-ছাত্রীলৈ চাইকেল

(Assam Cabinet)নৱম শ্ৰেণীৰ ৩ লক্ষাধিক ছাত্র-ছাত্রীলৈ চাইকেল )ৰাজ্যৰ নৱম শ্ৰেণীৰ ৩,২৩,৬৪০ গৰাকী ছাত্র-ছাত্রীক চৰকাৰে প্ৰদান কৰিব চাইকেল । ইয়াৰ বাবে মঙলবাৰে ৰাজ্যিক কেবিনেটে ১৪৮.৫৫ কোটি টকাৰ অনুমোদন জনায় । (Himanta biswa sarma)মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত মঙলবাৰে দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰী কৰে মন্ত্রী জয়ন্তমল্ল বৰুৱাই । (Jayanta Malla Baruah)

Tea Workers Protest for Bonus: চাহ শ্ৰমিকৰ প্ৰতিবাদত বন্ধ হৈ পৰিছে ডিব্ৰুগড়ৰ কেইবাখনো চাহ বাগিচাৰ কাম

শাৰদীয় দুৰ্গা পূজা সমাগত হ’লেই বোনাচক কেন্দ্ৰ কৰি বৃদ্ধি হয় চাহ শ্ৰমিকৰ ক্ষোভ, অসন্তুষ্টি ৷ প্ৰতি বছৰৰ দৰেই এইবাৰ ডিব্ৰুগড়ত দেখিবলৈ পোৱা গৈছে একেই পৰিৱেশ(Dibrugarh Tea Gardens) ৷ দুৰ্গা পূজাৰ পূবেই ২০ শতাংশ বোনাচৰ দাবীত প্ৰতিবাদ কৰিছে বাগিচাৰ শ্ৰমিকসকলে(Tea Workers Protest for Bonus) ৷

Popular