মুখ্য-পৃষ্ঠা

Rajib Sadiya: প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আজি ৯ বছৰীয়া বিবাহ বাৰ্ষিকী

মাঘ বিহুৰ উৰুকা দিনা (Rajib Sadiya) কন্ঠশিল্পী ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল। তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশনৰ মাজতে হৃদৰোগত আক্ৰান্ত হৈ মঞ্চতে ঢলি পৰিছিল শিল্পীগৰাকী৷

Valentine Day 2025: ভেলেণ্টাইন ডে’ৰ পূৰ্বে আকাংক্ষিত প্ৰেম আহিব এই সকলৰ জীৱনলৈ!

এইবাৰ ভেলেণ্টাইন ডে’ বহু ৰাশিৰ লোকৰ বাবে অতি বিশেষ হ’ব।(Valentine Day 2025) প্ৰেমে তেওঁলোকক জীপাল কৰি তুলিব। ইতিমধ্যে সম্পৰ্কত থকাসকলে হয়তো নিজৰ সংগীৰ সৈতে ডেটিঙলৈ যোৱাৰ সুযোগ পাব।

Bitter Gourd: সকলোৱে জানে, কিন্তু তথাপিও ডায়েবেটিছ ৰোগীয়ে নাখায় তিতা খাদ্য!

ডায়েবেটিছ ৰোগীৰ বাবে তিতা কেৰেলা অতি উপকাৰী খাদ্য। তিতা কেৰেলাৰ প্ৰাকৃতিক উপাদানে ব্লাড চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে আৰু শৰীৰক সুস্থ কৰি ৰাখে।(Bitter Gourd)

Debojit Borah: জাতীয় আদৰ্শ শিক্ষা সংসদৰ বঁটা বিতৰণী সভাত অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক দেৱজিৎ বৰা

অসম সাহিত্য সভাই প্ৰতিজন অংকুৰিত কবি-সাহিত্যিকক সাহিত্য চৰ্চাৰ এখন বহল মঞ্চ প্ৰদান কৰিব;আজি অসমৰ ছাত্ৰ-ছাত্ৰীয়েই কাইলৈৰ অসম সাহিত্য সভাক নেতৃত্ব দিব লাগিব।(Debojit Borah)

38th National Games: মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব ৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়া

মঙলবাৰৰ পৰা উত্তৰাখণ্ডত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আৰম্ভ হ’ব৷(38th National Games) ডেৰাডুনৰ আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ শ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে মুকলি কৰিব৷

Popular