মুখ্য-পৃষ্ঠা

Schoolgirl Killed in Road Accident: কাছাৰৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত এগৰাকী স্কুলীয়া ছাত্ৰীৰ মৃত্যু

শিলচৰৰ দিশত অহা চিলিণ্ডাৰ বোজাই এখন লৰীয়ে খুন্দা মৰাৰ ফলত প্ৰাণ হেৰুৱাই স্কুলীয়া ছাত্ৰী ছাহানিয়া পাৰভিন বৰভূঞাই(Schoolgirl Killed in Road Accident)

Tragic accident in Tihu: টিহুত পথ দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু

দুৰ্ঘটনাথলীৰ ওচৰ-চুবুৰীয়াই লগে লগে টিহুৰ এফআৰইউ চিকিৎসালয়লৈ নিয়াত ডাক্তৰে নলবাৰী(Nalbari Hospital)লৈ প্ৰেৰণ কৰে যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হয়(Tragic accident in Tihu) ৷

Wild elephant causes terror at Nagrijuli: নাগ্ৰীজুলিত বনৰীয়া হাতীৰ উপদ্ৰৱ: ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড

হাতীৰ জাকটোৱে ইক্ৰাবিল গাঁৱত প্ৰৱেশ কৰি গাঁওখনৰ মাণিক মণ্ডল নামৰ লোকজনৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান, চাউল খাই, বাচন-বৰ্তন ভাঙি পেলায়(Wild elephant causes terror at Nagrijuli) ৷

Samaguri By-Election: ধুবুৰীত পৰাজয়ৰ পোতক চামগুৰিত তুলিব নেকি আজমলে

২৪১ লোকসভা নিৰ্বাচনত অভিলেখসংখ্যক ভোটত এ আই ইউ ডি এফপ্ৰধান বদৰুদ্দিন আজমল(AIUDF Chief Badruddin Ajmal)ক পৰাজিত কৰি একপ্ৰকাৰ ইতিহাস ৰচিছিল ৷ নিৰ্বাচনৰ পূৰ্বে নিজকে বুঢ়া বাঘ আৰু ৰকিবুলক তাজা ছাগলী বুলি অভিহিত কৰা বদৰুদ্দিন আজমলে শোচনীয়ভাৱে পৰাজিত হৈছিল ৰকিবুল হুছেইনৰ হাতত ৷ (Samaguri By-Election)

Illegal Coal Trade: পাহাৰপুৰৰ এক ঘটনাই উন্মোচিত কৰিলে মাৰ্ঘেৰিটাত চলি থকা অবৈধ কয়লাৰ ক’লা সাম্ৰাজ্যৰ গোপন তথ্য

টিপং নৈত অবৈধভাৱে কয়লা কঢ়িয়াই অনা ট্ৰেইলাৰ আবদ্ধ হোৱা ঘটনাই মাৰ্ঘেৰিটাত চলি থকা অবৈধ কয়লাৰ সাম্ৰাজ্যখনক পুনৰ এবাৰ উন্মোচিত কৰিছে(Illegal Coal Trade)।

Popular