মুখ্য-পৃষ্ঠা

Puja Shopping 2024:পূজাৰ বজাৰ কৰিলেনে…

পূজাৰ বতৰ বুলিলেই জেলেপিৰ লোভনীয় গোন্ধৰ লগতে শাৰী -শাৰী দোকানসমুহত নতুন কাপোৰৰ চমক লগতে দেখিব ডিছকাউন্টৰ বেনাৰ সমুহ। জাক-জমক বস্তুৰে ভৰি থকা দোকানবিলাকৰ ওচৰ চাপিলেই সকলো লবৰ মন যায়।(Puja Shopping 2024)

REC National Open Boxing: আৰ ই চি ৰাষ্ট্ৰীয় মুকলি বক্সিঙত অসমৰ ১৬ টা পদক, দ্বিপাঞ্জলী দৈমাৰী-ৰিম্পী পেগুৰ সোণ অৰ্জন

বক্সিং ফেডাৰেছন অব ইণ্ডিয়াৰ সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অসমে এলিট আৰু যুৱ শাখাৰ পুৰুষ-মহিলাৰ বিভিন্ন ওজন শাখাত মুঠ ১৬ টা পদক লাভ কৰিছে৷ ইয়াৰে ছটা ৰূপ আৰু আঠটা ব্ৰঞ্জৰ পদক৷(REC National Open Boxing)

Durga Puja 2024: দুৰ্গা পূজাৰ বাবে নিজক কিদৰে সাজু কৰিব

পূজাৰ কেইদিনত ক'ত যাম, কি পিন্ধিম, কি খাম বা ঘৰত আলহী- অতিথিৰ বাবে কি সাজু কৰি থ'ম, নিজক কি দৰে সজাই তুলিম ইত্যাদি ইত্যাদি। (Durga Puja 2024)

Himanta biswa sarma: অসমৰ পৰা ইণ্টাৰনেট কৰ্তনৰ কিটিপ শিকিছে ঝাৰখণ্ডে! কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ

ঝাৰখণ্ডৰ নিযুক্তি পৰীক্ষাত অসমৰ আৰ্হি গ্ৰহণ কৰা বুলি কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।(Himanta biswa sarma)

Iron Girls: নাইজেৰিয়াৰ চলচ্চিত্ৰ মহোৎসৱলৈ ৰাজেন দাসৰ “আইৰন গাৰ্লছ“৷ খিলঞ্জীয়াৰ সাংস্কৃতিক শিপাৰ সন্ধানত বিশ্ব চলচ্চিত্ৰৰ মহাসন্মিলন

ৰাজেন দাসে পৰিচালনা কৰা অসমীয়া চলচ্চিত্ৰ “আইৰন গাৰ্লছ“ সুদুৰ নাইজেৰিয়াৰ ৰিভাৰ্চ ষ্টেট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছে৷ (Iron Girls)

Popular