মুখ্য-পৃষ্ঠা

Women: এই সমূহ ভিটামিন মহিলাৰ ‘প্ৰকৃত বন্ধু’, বহু ৰোগ দূৰ কৰে!

কিছু পৰিমাণে পুষ্টিকৰ উপাদান থকা খাদ্য গ্ৰহণ কৰাটো মহিলাৰ বাবে অতি প্ৰয়োজনীয়, অন্যথা মহিলাৰ শৰীৰত ৰোগৰ আক্ৰমণ হ’ব পাৰে। মহিলাসকলে কি কি বস্তু খাব লাগে জানি লওক।(Women)

Republic Day 2025: ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু ধুবুৰী প্ৰশাসন, কুচকাৱাজত অংশগ্ৰহণ আৰক্ষী, হোমগাৰ্ড, এন চি চি আৰু ছাত্র-ছাত্ৰীৰ দল

৭৬ সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী।(Republic Day 2025) গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু ধুবুৰী প্ৰশাসন, কুচকাৱাজত অংশগ্ৰহণ আৰক্ষী, হোমগাৰ্ড, এন চি চি আৰু ছাত্র-ছাত্ৰীৰ দল।

Monalisa: মহাকুম্ভৰ মনালিছা প্ৰৱেশ কৰিব বলীউডত! ডাঙৰ ছবিৰ অফাৰ লাভ; মুখ্য চৰিত্ৰত অভিনয় কৰিব মনালিছাই

প্ৰয়াগৰাজত চলি থকা মহা কুম্ভ মেলাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, কুম্ভ মেলাত মালা বিক্ৰী কৰা মনালিছাই শেহতীয়াকৈ এখন ডাঙৰ ছবিৰ অফাৰ লাভ কৰিছে।(Monalisa)

Rashifal: ফেব্ৰুৱাৰী মাহত এই ৫টা ৰাশিয়ে ৰাজযোগৰ দৰে সুখ পাব! পাঁচ ৰাশিৰ বিষয়ে জানক…

জ্যোতিষৰ হিচাপ অনুসৰি ফেব্ৰুৱাৰী মাহত বহু শুভ গ্ৰহৰ গতি সলনি হ’বলৈ গৈ আছে। এই গ্ৰহবোৰৰ গতিৰ পৰিৱৰ্তনৰ বাবে পাঁচ ৰাশিৰ লোকে বিশেষ সুবিধা লাভ কৰিব পাৰে। ৫ ৰাশিৰ বাবে ফেব্ৰুৱাৰী মাহৰ গ্ৰহ পৰিবহণ শুভ।(Rashifal)

Gauhati University । গুৱাহাটী বিশ্ববিদ্যালয় আৰু NIELITৰ মাজত সম্পন্ন বুজাবুজি চুক্তি: যুগান্তকাৰী পদক্ষেপ শিক্ষা আৰু প্ৰযুক্তিৰ

Gauhati University । গুৱাহাটী বিশ্ববিদ্যালয় আৰু NIELITৰ মাজত সম্পন্ন বুজাবুজি চুক্তি: যুগান্তকাৰী পদক্ষেপ শিক্ষা আৰু প্ৰযুক্তিৰ

Popular