মুখ্য-পৃষ্ঠা

ব্ৰিটেইনত জ্যেষ্ঠ বিজ্ঞানী পদত যোগদান অসমৰ ড° জগন্নাথ বিশ্বকৰ্মাৰ

অসমত জন্মগ্ৰহণ কৰা বিজ্ঞানী ড° জগন্নাথ বিশ্বকৰ্মাৰ ব্ৰিটেইনৰ পৰিবেশ গৱেষণা আৰু নীতি-ব্যৱস্থাত জ্যেষ্ঠ বিজ্ঞান বিষয়াৰ দায়িত্ব গ্ৰহণ।

জুবিন গাৰ্গ হত্যাৰ তদন্তঃ ৭ অভিযুক্তৰ বিৰুদ্ধে চাৰ্জফ্ৰেম

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত। আজি ৭ অভিযুক্তৰ বিৰুদ্ধে কৰা হয় চাৰ্জফ্ৰেম।

সদনত মুখ্যমন্ত্ৰীৰ ভাষণঃ দুই লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিম

সদনত মুখ্যমন্ত্ৰীৰ ভাষণঃ দুই লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিম। এক শক্তিশালী উদ্যোগী যুৱ প্ৰজন্ম আমি নিৰ্মাণ কৰিম।

বিধানসভাৰ মজিয়াৰ পৰা কোৰবানি সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্রীৰ

বিধানসভাৰ মজিয়াৰ পৰা কোৰবানি সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্রীৰ। বিধানসভাৰ মজিয়াৰ পৰা গৰুৰ কোৰবানি নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

মৰিকলং ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড খাইৰুল আলীক এনকাউণ্টাৰ

নগাঁৱৰ ৰাঙলুৰ বৰকন্দলীত আৰক্ষীৰ গুলীত নিহত মৰিকলং ডকাইতিৰ মাষ্টাৰমাইণ্ড খাইৰুল আলী ওৰফে মণি।

Popular