মুখ্য-পৃষ্ঠা

Dhing Minor rape case: ধিংকাণ্ড: আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্তই জেৰাত কি কলে আৰক্ষীক ?

অৱশেষত ধিঙৰ কিশোৰী ছাত্ৰীৰ ধৰ্ষণৰ ঘটনাৰ আন দুটা অন্যতম অভিযুক্তই কৰিলে আত্মসমৰ্পণ(Dhing Minor rape case) ৷ নগাঁৱৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ফৰিদুল আৰু গোলাপ উদ্দিন নামৰ এই দুই অভিযুক্তৰ আত্মসমৰ্পণ(Dhing rape case accused) ।

Fraudulent Bulls Eyes Online Trading: অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাত অভিযুক্ত ‘বুলচ আইজ’ প্ৰতিষ্ঠানৰ দায়িত্বত চৰকাৰৰ মিত্ৰদলৰ নেতা

নগাঁও আৰক্ষীৰ অভিযানত ‘বুলচ আইজ’ নামৰ এটা প্ৰৱঞ্চনামূলক অনলাইন ট্ৰেডিঙৰ সৈতে জড়িত থকাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ(Fraudulent Bulls Eyes Online Trading) । আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে পলাতক হৈ আছে এটা ৰাজনৈতিক দলৰ লগত জড়িত আন দুই মাষ্টাৰমাণ্ড ।

India Singapore agreements: ছিংগাপুৰত প্ৰধানমন্ত্ৰী মোদীঃ স্বাক্ষৰ কৰিলে কেইবাখনো বুজাবুজি চুক্তিত

ভাৰতে অৰ্থনৈতিক আৰু প্ৰযুক্তিগত অংশীদাৰীত্ব বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে ইয়াৰ সম্পৰ্ক বৃদ্ধি কৰি আহিছে । বৃহস্পতিবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিংগাপুৰ ভ্ৰমণৰ সময়চোৱাত ডিজিটেল প্ৰযুক্তি, অৰ্ধপৰিবাহী, স্বাস্থ্য আৰু শিক্ষা খণ্ডত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু ছিংগাপুৰৰ মাজত হোৱা বুজাবুজিৰ চাৰিখন গুৰুত্বপূৰ্ণ চুক্তি সম্পন্ন হয়(India Singapore agreements)।

RG Kar Doctor Rape and Murder: বিভ্ৰান্তিকৰ তথ্যৰে চিবিআইক বিপথে পৰিচালিত কৰাৰ চেষ্টা অভিযুক্ত সঞ্জয়ৰ

আৰ জি কৰ হাস্পতালৰ এগৰাকী যুৱ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ আপডে(RG Kar Hospital Doctor Rape and Murder)টঃ পলিগ্ৰাফ পৰীক্ষাত চি বি আইৰ তদন্তৰ সময়ত প্ৰধান অভিযুক্ত সঞ্জয় ৰয়ৰ বক্তব্যত বহু অসামঞ্জস্য কথা পোহৰলৈ আহিছে। সম্পূৰ্ণ তথ্য জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

RG Kar Doctor Rape and Murder: জোৰ কৰি সিহতে আমাৰ ভিডিঅ’ বনাইছে : নিৰ্যাতিতাৰ পেহিয়েকৰ বিস্ফোৰক মন্তব্য

আৰ. জি. ক'ৰ চিকিত্‍সা মহাবিদ্যালয়ৰ এগৰাকী যুৱ চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাক লৈ পৰিয়ালৰ লোকক জোৰ-জুলুম কৰি ভিডিঅ' বনাবলৈ বাধ্য কৰোৱা হৈছে বুলি বিস্ফোৰক মন্তব্য কৰিছে নিৰ্যাতিতাৰ পেহিয়েকে ।

Popular