মুখ্য-পৃষ্ঠা

Teeth: দাঁত হালধীয়া হোৱাৰ কাৰণ জানেনে? এই ৫ টা বস্তুৱে দাঁত হালধীয়া কৰি হাঁহিৰ সৌন্দৰ্য ম্লান কৰে

এই ৫ টা বস্তুৱে দাঁত হালধীয়া কৰি হাঁহিৰ সৌন্দৰ্য ম্লান কৰে, লগে লগে এৰি দিয়ক এই ৫টা বস্তু!(Teeth)

Earthquake: চাৰিখনকৈ দেশত প্ৰবল ভূমিকম্প! অসমতো মৃদু ভূমিকম্প…

চাৰিখনকৈ দেশত একেলগে প্ৰবল ভূমিকম্প৷ দেশকেইখন হৈছে ভাৰত, ইৰাণ, নেপাল, তিব্বত। এই চাৰিখন দেশত ভূমিকম্পৰ তীব্ৰ জোকাৰণি৷ ৬.৩৮ বজাত অনুভূত হয় জোকাৰণি।(Earthquake)

Umrangshu: উমৰাংছ’ৰ কয়লা খনিত আবদ্ধ ১৫ জন শ্রমিক, ৩ শ্ৰমিকৰ খবৰ

উমৰাংছ'ৰ কয়লা খনিৰ ঘটনাক লৈ তত্পৰ মুখ্যমন্ত্ৰী। উদ্ধাৰ অভিযানৰ বাবে সেনাৰো বিচাৰিলে সহায়। সামাজিক মাধ্যমযোগে SDRF আৰু NDRF-এ উদ্ধাৰ চলাই থকাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।(Umrangshu)

Pijush Hazarika। তিৱা স্বায়ত্ত পৰিষদৰ নৱ-নিৰ্মিত প্ৰশাসনিক ভৱনটোৰ শুভ উদ্বোধন, উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা

Pijush Hazarika। তিৱা স্বায়ত্ত পৰিষদৰ নৱ-নিৰ্মিত প্ৰশাসনিক ভৱনটোৰ শুভ উদ্বোধন, উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকা

Moirabari College । মৈৰাবাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ দুগৰাকী প্ৰবক্তা দুৰ্ঘটনাগ্ৰস্ত , নিহত অধ্যাপিকা ৰেহেনা চুলতানা

Moirabari College । মৈৰাবাৰী মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ দুগৰাকী প্ৰবক্তা দুৰ্ঘটনাগ্ৰস্ত , নিহত অধ্যাপিকা ৰেহেনা চুলতানা

Popular