Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মুখ্য-পৃষ্ঠা
আজি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দাখিল কৰিব ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট
ম্যানমাৰৰ ভূমি ভাৰত বিৰোধী কাৰ্যকলাপত ব্যহাৰ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত
মাজুলীৰ নবীন কবি পপী দাসৰ কাব্য সংকলন ‘কবিতাৰ কৃষ্ণচূড়া’ উন্মোচন । Majuli
Atul Bora। বাঘৰ আক্ৰমণৰ পৰা কিদৰে নিজক ৰক্ষা কৰিব কি ক’লে বিধায়ক অতুল বৰাই…
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 28, 2024
Atul Bora। অতুল বৰাই কয়, " বাঘৰ উপদ্ৰৱ বৃদ্ধি হৈছে। বিভিন্ন ঠাইতে বাঘে মানুহক আক্ৰমণ কৰিছে। কিন্তু বাঘে কেতিয়াও মানুহক সন্মুখৰ পৰা আক্ৰমণ নকৰে। সদায় পাছফালৰ পৰাই আক্ৰমণ কৰে। বাঘ মানুহৰ ঘৰত সোমোৱা নাই, বাঘৰ ঘৰতহে মানুহ সোমাইছে।"
Batadraba। বটদ্ৰৱাত নৃশংস কাণ্ড!চেতনা নাশক দ্ৰব্য খুৱাই যুৱতীক ছুৰিকাঘাত যুৱকৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 28, 2024
Batadraba । প্ৰথমে চেতনা নাশক দ্ৰব্য খোৱাই অচেতন কৰে । হোটেললৈ মাতি নি চাওমিনৰ লগত চেতনা নাশক দ্ৰব্য খুৱাইছিল ।অভিযোগ অনুসৰি বিল্লাল উদ্দিন নামৰ যুৱকজনে প্ৰেমৰ প্ৰস্তাৱৰ দিছিল আকলিমাক। কিন্তু আকলিমাই সেই প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰে। যাৰ বাবেই বিল্লাল উদ্দিন এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।
Manmohan Singh funeral: পঞ্চভূতত বিলীন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ নশ্বৰ দেহ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 28, 2024
প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশ্ববিখ্যাত অৰ্থনীতিবিদ ড০ মনমোহন সিঙৰ নশ্বৰ দেহ নিগমবোধ ঘাটত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে বিলীন হ'ল পঞ্চভূতত।(Manmohan Singh funeral)
Winter Recipe: শীতত ধনীয়া আৰু বীটৰ সোৱাদ লওক এইদৰে
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
December 28, 2024
গৰম গৰম ভাত আৰু ধনীয়া চাটনি লগতে বীটৰ চালাড(Winter Recipe)। খাবলৈ যে কি সোৱাদ। গৰম ভাটৰ সৈতে ধনীয়া চাটনি লগতে বীটৰ চালাড আৰু কেঁচা সৰিয়হৰ তেলৰ মিশ্ৰণ অতি সোৱাদযুক্ত।
Chinaki Prokritir Asinaki Sadhu:গ্ৰন্থমেলাত মানস প্ৰতিম দত্তৰ ‘চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু’
india
দৈনন্দিন বাৰ্তা
-
December 28, 2024
এতিয়া গ্ৰন্থৰ বতৰ। চৌপাশে কেৱল নতুন কিতাপৰ বতৰা।(Chinaki Prokritir Asinaki Sadhu) এই গ্ৰন্থৰ বতৰতে এখন নতুন শিশু-কিশোৰ উপযোগী পৰিৱেশ বিষয়ক গ্ৰন্থই পাঠকসমাজৰ দৃষ্টি আকৰ্ষণ কৰিবকৈ সক্ষম হৈছে।
1
...
720
721
722
...
2,466
Page 721 of 2,466
Popular
আজি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দাখিল কৰিব ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট
দৈনন্দিন বাৰ্তা
-
July 10, 2026