Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্ত নতুন ফেছন বুলি ভাবি ল’ব লাগে সামাজিক দূৰত্ব আৰু মাস্ক…

অনলাইন বাৰ্তা, ১ মে’ঃ সামাজিক দূৰত্ব আৰু মাস্ক ব্যৱহাৰক নতুন ফেছন বুলি ভাবি ল’ব লাগে৷ এই কথা কৈছে নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া অমিতাভ কান্তে৷ বিষয়াজনৰ বক্তব্য, অৰ্থনৈতিক কামকাজ আৰমডা° কৰাৰ প্ৰয়োজন৷ ক’ৰ’ণা সংক্ৰমণ ৰোধ কৰিবলৈ দেশত
Read More...

গৌৰীপুৰত চৰকাৰী বিনামূলীয়া চাউল বিতৰণত অনিয়ম

ছামচুল হক সেখ, গৌৰীপুৰ গৌৰীপুৰৰ উত্তৰ গেৰামাৰী গাঁও পঞ্চায়তত চৰকাৰী বিনামূলীয়া চাউল বিতৰণত অনিয়মৰ অভিযোগ উত্থাপন হৈছে। ৰেচন কাৰ্ড নথকা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়াল বঞ্চিত হোৱাৰ অভিযোগ উঠিছে৷ উল্লেখ্য যে লকডাউনত গৃহবন্দী হৈ
Read More...

দৰঙৰ খটৰা সত্ৰ পুখুৰী আৰু পদ্মাথান পুখুৰীৰ জীৱকুলৰ বাবে খাদ্য যোগান

দ্বীপেন ডেকা, নামখলাদৰং জিলাৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ পুখুৰী আৰু পদ্মাথান দেৱালয়ৰ পদ্মাপুখুৰীত থকা বহু সৰু বৰ কাছ আৰু মাছকে ধৰি শহা, ম’ৰা, হাঁহ, পাৰ চৰাই লকডাউনৰ সময়ত খাদ্য সংকটত পৰিছে৷ প্ৰতিদিনে সত্ৰ আৰু দেৱালয়লৈ অহা প্ৰকৃতিপ্ৰেমী আৰু
Read More...

লাহৰীঘাটত কোৱাৰেণ্টাইনৰ পৰা স্বগৃহলৈ বিদায় ১৫ ব্যক্তি

খাইৰুল ইছলাম, ভূৰাগাঁও মৰিগাঁৱৰ লাহৰীঘাটত এমাহ এদিনৰ অন্তত শুকুৰবাৰে আনুষ্ঠানিকভাৱে কোৱাৰেণ্টাইন গৃহৰ পৰা স্বগৃহলৈ বিদায় দিলে ১৫ গৰাকীকৈ ব্যক্তিক। উল্লেখ্য যে জিলাখনৰ জাগীৰোডৰ ১২ গৰাকী, লাহৰীঘাটৰ ২ গৰাকী আৰু মৈৰাবাৰীৰ বহলামুখৰ ১
Read More...

নুমলীগড়ত বাঘৰ আক্ৰমণত আহত ১

ভাৰত দাস, নুমলীগড়নুমলীগড়ত অব্যাহত আছে বনৰজাৰ সন্ত্ৰাস। বাঘৰ আক্ৰমণত পুনৰ আহত হয় এজন ব্যক্তি৷ নুমলীগড়ৰ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত ঢলাগুৰি চাহ বাগিচাত শনিবাৰে বাঘৰ আক্ৰমণত লোকজন আহত হয়। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা লোকজন
Read More...

আবেগসৰ্বস্ব ৰাজনীতিত বিধস্ত জনতা জনাৰ্দন

অনিৰ্বাণ দত্ত জাতি, ধৰ্ম, বৰ্ণ, ভাষা, সংস্কৃতি, ঐতিহ্যৰ ভিত্তিত মানুহৰ আবেগ গঢ়লৈ উঠে৷ নিজ ভাষা-সংস্কৃতি, ঐতিহ্যৰ প্ৰতি মানুহ সদায় বৰ সংবেদনশীল৷ ভাৰতৰ দৰে এখন বহুত্ববাদী সমাজ থকা দেশত সংকীৰ্ণ আবেগৰ উৰ্ধত গৈ সামাজিক ন্যায়, সমতা,
Read More...

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৫০ হাজাৰ টকা আৰ্থিক অনুদান দৰঙৰ অৱসৰী শিক্ষকৰ

জয়দেৱ ডেকা, দৰং দৰঙৰ এগৰাকী অৱসৰী শিক্ষকৰ মহানুভৱতা ৷ বিগত দিন ধৰি চৰকাৰে মহামাৰী ক’ভিড-১৯ৰ বিৰুদ্ধে যি যুদ্ধ কৰি আহিছে আৰু সেই যুদ্ধৰ সৈনিকৰ ৰূপত থকা চিকিৎসক, নাৰ্চ, স্বাস্থ্য কৰ্মী আৰু সংবাদকৰ্মীসকলৰ অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰিবৰ বাবে
Read More...

হাটশিঙিমাৰীৰ হাজিৰহাট টাকিমাৰী উপ-স্বাস্থ্য কেন্দ্ৰত দীৰ্ঘদিন ধৰি চিকিৎসক, স্বাস্থ্য কৰ্মী নথকাৰ…

আব্দুল্লাহ শেখ, হাটশিঙিমাৰীসমগ্ৰ দেশতে অব্যাহত আছে লকডাউন। ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ কৰ্তব্য পালনত দিনে নিশাই ব্যস্ত হৈ পৰিছে ৰাজ্যৰ একাংশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মী। আনফালে আকৌ আন একাংশ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীয়ে নিজৰ কৰ্তব্য পালনত
Read More...

শিৱসাগৰত সাংবাদিকৰ মাজত মাস্ক, ছেনিটাইজাৰ বিতৰণ মন্ত্ৰী যোগেন মহনৰ

আব্দুল মুস্তাক, আছিফ আলী, শিৱসাগৰশিৱসাগৰত কৰ্তব্যৰত সাংবাদিকসকলৰ মাজত মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰে অসমৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে৷ শুকুৰবাৰে সন্ধিয়া শিৱসাগৰৰ আৱৰ্ত ভৱনত মন্ত্ৰীজনে এই কাৰ্যসূচী গ্ৰহণ কৰে৷ আনহাতে,
Read More...

লকডাউনৰ বাবে ৰাজ্যৰ কৃষিখণ্ডত ক্ষতি ৪০ কোটি টকা : কৃষিমন্ত্ৰী অতুল বৰা

অজন্তা তালুকদাৰ, বোকাখাত  "যেতিয়াই প্ৰত্যাহ্বানৰ সন্মুখীন হয় মানৱ জাতি, সমাধানৰ নতুন নতুন ৰাষ্টা বিচাৰি থাকে"- এই কথা অসম চৰকাৰৰ কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'জীৱন আৰু জীৱিকা'ৰ নীতিৰ আধাৰত
Read More...