মুখ্য-পৃষ্ঠা

Aamir Khan: ‘পুষ্পা’ বা ‘এনিমেল’, বক্স অফিচত উগ্ৰ পুৰুষৰ জয়জয়! হতাশ আমিৰ খান

পুষ্পা, এনিমেলৰ দৰে ছবি নিৰ্মাণৰ ধাৰাটোৱে সমাজখনক পিছুৱাই লৈ গৈছে বুলি বলিউদৰ দনপ্ৰিয় অভিনেতা আমিৰ খানে কয়। (Aamir Khan)

Saturday’s Horoscope: শনিবাৰ মানেই ‘শনি দশা’ নহয়, এই দিনটোত কি ভাল হ’ব পাৰে; ৰাশিফল ​​পৰীক্ষা কৰক

শনিবাৰ দিনটোত কেৱল দুখ-কষ্টহে থাকিব বুলি ভবা ধাৰণাটো শুদ্ধ নহয়। আন দিনৰ দৰে শনিবাৰৰ দিনাও ভাল বেয়াৰ সকলো হ'ব পাৰে। যিকোনো ৰাশিৰ বাবে শনিবাৰ দিনটো কেনেকোৱা হয় জানক।(Saturday's Horoscope)

Winter wedding Outfit: ঠাণ্ডা দিনত বিয়া-পাৰ্টি অনুষ্ঠানত এনেদৰে সাজ-পোছাক পৰিধান কৰক, ডিজাইনাৰ কাপোৰৰ সৌন্দৰ্য্যও ম্লান পৰিব

ঠাণ্ডা বতৰত বিয়াত উপস্থিত থকাটো অতি আমনিদায়ক হৈ পৰে যদিহে আপুনি সাজ-পোছাক পিন্ধিব নাজানে। এনে পৰিস্থিতিত এই টিপচ্ সমূহ আপোনাৰ বাবে অতি উপযোগী হ’ব পাৰে।(Winter wedding Outfit)

Allu Arjun: ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়াললৈ ২৫ লাখ টকা ঘোষণা আল্লু অৰ্জুনৰ

হায়দৰাবাদৰ ষ্টাম্পেড কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আল্লু অৰ্জুনে এটা ভিডিঅ’ প্ৰকাশ কৰিছে। এই ঘটনাত তেওঁ মৃতকৰ পৰিয়ালক সহায়ৰ প্ৰতিশ্ৰুতি দিছে। তেওঁ আহত পুত্ৰৰ দায়িত্বও ল’ব।(Allu Arjun)

Cabinet Ministers: আজি কলাক্ষেত্রত চাৰি মন্ত্ৰীৰ শপত গ্রহণ অনুষ্ঠান

মন্ত্ৰী হিচাপে শপত ল'ব বিজেপিৰ ৪ বিধায়ক প্ৰশান্ত ফুকন, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল, কৌশিক ৰায়ে৷(Cabinet Ministers)

Popular