Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মুখ্য-পৃষ্ঠা
আমেৰিকাত ভাৰতীয় মূলৰ মহিলাক গুলীয়াই হত্যা
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃ মিষ্ট প্ৰসাদ সোণোৱালৰ দেহাৱসান
নৃত্যসূৰ্য পংকজ বৰুৱা সত্ৰীয়া একাডেমীৰ “ভকতি ৰোচন” শীৰ্ষক সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সফল সামৰণি
Nagarjuna: বৰ পুত্ৰৰ বিয়া, সৰু পুত্ৰৰ এংগেজমেণ্ট; আনন্দত আত্মহাৰা শহুৰ দেউতাক নাগাৰ্জুন
মৃত্যু
দৈনন্দিন বাৰ্তা
-
November 28, 2024
দক্ষিণৰ চুপাৰষ্টাৰ নাগাৰ্জুনৰ ঘৰ সুখেৰে ভৰি পৰিছে। জ্যেষ্ঠ পুত্ৰ নগা চৈতন্যৰ বিয়াৰ পূৰ্বে তেওঁৰ কনিষ্ঠ পুত্ৰ অখিল আকিনেনীৰো এংগেজমেণ্ট হয়, শহুৰ দেউতাক নাগাৰ্জুনে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰিছে তেওঁলোকৰ ফটো।(Nagarjuna)
Hemant Soren Oath Ceremony: আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব JMMৰ নেতা হেমন্ত ছোৰেনে
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 28, 2024
আজি ৰাঁচীত ঝাৰখণ্ডৰ ১৪ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব হেমন্ত ছোৰেনে। শপতগ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।(Hemant Soren Oath Ceremony)
Aparajita: ডায়েবেটিছ ৰোগীয়ে খাব অপৰাজিতা ফুল, এই ফুলে নিয়ন্ত্ৰণ কৰে ব্লাড চুগাৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 28, 2024
ডায়েবেটিছ এক নতুন মহামাৰী ৰোগ হিচাপে আত্মপ্ৰকাশ কৰিছে। বৰ্তমান সময়ত প্ৰায় লোকৰে ডায়েবেটিছ ৰোগ হয়। (Aparajita) অৱশ্যে ডায়েবেটিছ ৰোগীক প্ৰয়োজন অনুযায়ী ইনচুলিন ঔষধ গ্ৰহণ কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে।
BTR। বিটিচি প্ৰধান প্ৰমোদ বড়োৰ বাক্সাত উন্নয়নৰ বাবে বিশেষ পদক্ষেপ আন্তঃগাঁথনি, কৃষি, আৰু শীতল ভঁৰাল ৰখাৰ ওপৰত গুৰুত্ব বিটিআৰত
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 27, 2024
BTR। বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলত সংযোগ বৃদ্ধি আৰু উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি বিটিচি ৰ মুৰব্বী প্ৰমোদ বড়োৱে বাক্সাৰ ডলবাৰীত একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ৰ (ইএমআৰএছ) সৈতে ৰাষ্ট্ৰীয় ঘাইপথ-১২৭ নং সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। বিটিআৰ আন্তঃগাঁথনি শক্তিশালী কৰা, গ্ৰাম্য অৰ্থনীতি উন্নত কৰা আৰু বাক্সা জিলাৰ লোকসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ বাবে বিভিন্ন নতুন প্ৰকল্পৰ কাম কৰি আহিছে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ।
Barpeta। বৰপেটা পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কৰ্মবিৰতি পালন
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 27, 2024
Barpeta। দৰমহা আদায়ৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত ৰাজ্যৰ ১১খন পলিটেকনিক আৰু দুখন ইঞ্জিনাৰিং কলেজৰ লগতে বৰপেটা পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কৰ্মবিৰতি পালন ৷ সদৌ অসম নৱনিৰ্মিত পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সন্থাৰ উদ্যোগত দৰমহা আদায়ৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত অসমৰ ১১খন পলিটেকনিক আৰু ২খন ইঞ্জিনিয়াৰিং কলেজৰ লগতে বৰপেটা পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পাচ দিনীয়া কৰ্মবিৰতি পালন ৷
1
...
779
780
781
...
2,470
Page 780 of 2,470
Popular
আমেৰিকাত ভাৰতীয় মূলৰ মহিলাক গুলীয়াই হত্যা
দৈনন্দিন বাৰ্তা
-
July 12, 2026