মুখ্য-পৃষ্ঠা

Atul Bora । নতুন প্ৰজন্মৰ বাবে অগপৰ সকলো দুৱাৰ খিৰিকী খোলা আছে:মন্ত্ৰী অতুল বৰা

Atul Bora। যোৰহাট জিলা ছাত্ৰ পৰিষদ আৰু গোলাঘাট জিলা ছাত্র পৰিষদৰ উদ্যোগত যোৰহাটৰ অগপ জিলা কাৰ্যালয় বাকৰিত অসম ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়।ৰাজ্য বিভিন্ন প্ৰান্তত সিচৰিত হৈ থকা সকলো ছাত্র কৰ্মীয়ে উক্ত প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণ কৰে।উক্ত প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি অগপৰ সভাপতি তথা কৃষি পশুপালন মন্ত্ৰী অতুল বৰাই (Atul Bora) কয় যে ....

Jaggery: শীতত খাব গুড়, গুড়ৰ আছে বহু উপকাৰিতা

গুড় সঠিকভাৱে সংৰক্ষণ কৰিব লাগে।(Jaggery)গুড় কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে। সোনকালে বেয়া হৈ যায়। যদি মাটিৰ পাত্ৰত গুড় ৰাখে তেন্তে বহুদিনলৈকে ভালে থাকিব।

Children’s Rights:শিশুৰ অধিকাৰ, সুৰক্ষা, আইন আৰু প্ৰাসংগিক চিন্তা

শিশু হৈছে দেশৰ অমূল্য সম্পদ, ভৱিষ্যৎ সমাজৰ গুৰি ধৰোতা(Children's Rights)। অফুৰন্ত মৰম-চেনেহ, আদৰ-যত্ন, উপযুক্ত তদাৰক, উপযুক্ত শিক্ষা, পথ-নিৰ্দেশনা আদিৰ(Law and relevant concerns) দ্বাৰা একো একোজন শিশু প্ৰকৃত মানৱ সম্পদলৈ ৰূপান্তৰিত হয় আৰু দেশ তথা জাতিৰ হকে সেৱা আগবঢ়াই উজলি উঠে।

Asam Sahitya Sabha:অসম সাহিত্য সভা কোন দিশেঃ নবীন কলিতা

যি সময়ত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ বাবে ‘ভাষা গৌৰৱ সপ্তাহ’ পাতি গৌৰৱ অনুভৱ কৰিছো, সেই সময়ত অসমৰ(Assam) সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ(Asam Sahitya Sabha) কাম-কাজসমূহে অসমবাসীক চিন্তিত কৰি তুলিছে।

Gautam Adani: ভতিজাক সাগৰ আদানি আৰু গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা

গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ আদালতৰ গ্ৰেপ্তাৰী পৰোৱানা। সৌৰশক্তিৰ প্ৰকল্পৰ চুক্তিৰ বাবে আমেৰিকাত ২০২৯ কোটি টকা উৎকোচ দিয়াৰ অভিযোগ। আদানিৰ ভতিজা সাগৰ আদানিৰ বিৰুদ্ধেও পৰোৱানা।(Gautam Adani)

Popular