মুখ্য-পৃষ্ঠা

Hair Dryer: সাৱধান! হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰে নেকি?হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰি আঙুলি হেৰুৱালে এগৰাকী মহিলাই

চীনত নিৰ্মিত হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰি আঙুলি হেৰুৱালে মহিলাই। কেমেই হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰি আঙুলি হেৰুৱালে মৃত সৈনিকৰ পত্নীয়ে।(Hair Dryer)

Air Pollution Side Effects: বায়ু প্ৰদূষণে কি কি ৰোগৰ সৃষ্টি কৰে?

বৰ্তমান বায়ু প্ৰদূষণ এক ভয়াৱহ বিশ্বজনীন সমস্যাত পৰিণত হৈছে। ইয়াৰ ফলত স্বাস্থ্যৰ গুৰুতৰ ক্ষতি হৈছে।(Air Pollution Side Effects)প্ৰদূষণৰ ফলত শাৰীৰিক আৰু মানসিক স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি হয়।

AR Rahman Saira Banu: এ আৰ ৰহমান আৰু মোহিনী দেৰ মাজত কি সম্পৰ্ক? জানক প্ৰকৃত সত্য

এ.আৰ. ৰহমান ছাইৰা বানুৰ বিবাহৰ ২৯ বছৰৰ পাছত বিচ্ছেদৰ সিদ্ধান্ত লয়, তাৰ পিছতে ৰহমানৰ গীটাৰিষ্ট মোহিনী দেয়েও বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে। শেহতীয়াকৈ অধিবক্তাগৰাকীয়ে দুয়োৰে মাজৰ সংযোগৰ বিষয়ে মুকলিকৈ কয় আৰু দুয়োৰে মাজত কি চলি আছে সেই কথাও জনাই।(AR Rahman Saira Banu)

Radish: চৰ্দি, কাহৰ পৰা সকাহ পাবলৈ শীতকালত খাদ্যত অন্তৰ্ভুক্ত কৰক মূলা

সাধাৰণতে চালাডত বা পাচলি হিচাপে খোৱা মূলা বিশেষকৈ শীতকালত খাব লাগে। মূলাত পোৱা পুষ্টিকৰ উপাদানে শৰীৰক চৰ্দি, কাহৰ পৰা ৰক্ষা কৰাত সহায় কৰে। (Radish)

Medical Science । চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ প্রবেশ পৰীক্ষাত উজলিল অক্লান্ত

Medical Science । অখিল ভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান চমুকৈ এইমছ এ অনুষ্ঠিত কৰা চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ প্রবেশ পরীক্ষাত উজলিল অসম সন্তান। প্রবেশ পৰীক্ষাত ৪৯ সংখ্যক স্থান দখল কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অত্যন্ত মেধাবী ছাত্রী ডা' অক্লান্তা ভট্টাচাৰ্য্যই। তেজপুৰৰ কলিবাৰীৰ পংকজ ভট্টাচার্য্য আৰু ময়ূৰী ভাগবতী ভট্টাচার্য্যৰ সন্তান ডা অক্লান্তাই কঠোৰ অধ্যয়নৰ জৰিয়তে এই সফলতা লাভ কৰিবলৈ সক্ষম হয়। assamese daily newspaper

Popular