মুখ্য-পৃষ্ঠা

Russia । ৰাছিয়া চৰকাৰৰ আমন্ত্ৰণমৰ্মে ৰাছিয়ালৈ যাব বিকশিত ভাৰত সমাচাৰৰ কাৰ্যবাহী সম্পাদক ড° আছমা বেগম

Russiaৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে আয়োজন কৰা ব্ৰিকছ সন্মিলনত ভাষণ দিবলৈ আমন্ত্ৰণ জনোৱা হৈছে বিকশিত ভাৰত সমাচাৰৰ কাৰ্যবাহী সম্পাদক ড০ আছমা বেগমক (Dr. Asma Begum)। ভাৰতক প্ৰতিনিধিত্ব কৰি ৰাছিয়াৰ প্ৰধানমন্ত্ৰী, উপ-প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী, অৰ্থনীতি মন্ত্ৰী আৰু সকলো চৰকাৰী বিভাগৰ মুৰব্বীৰ লগতে ব্ৰিকছৰ আন সকলো সদস্য দেশৰ প্ৰতিনিধি আৰু ৰাছিয়াৰ চেণ্ট পিটাৰ্ছবাৰ্গত ভাৰতীয় প্ৰতিনিধিৰ সৈতে তেওঁ বৈঠকত অংশগ্ৰহণ কৰিব।Dr. Asma Begum ড০ আছমা বেগম

Hot Water। গৰম পানীৰে গা ধুলে প্ৰজনন ক্ষমতাত প্ৰভাৱ পৰিব পাৰে…

Hot Water । বহুতে শীতকালত সকলোৱেই গা ধুবলৈ কুণ্ঠাবোধ কৰে। কিছুমান মানুহে শীতকালত গৰম পানী নোহোৱাকৈ গা ধুবই নোৱাৰে। কিন্তু গৰম পানীৰে গা ধোৱাটো শৰীৰৰ বাবে কিমান ভাল বা বেয়া হয় আমি সেয়া একো গুৰুত্ব নিদিওঁ। একো নজনাকৈ আমি গৰম পানী অবিহনে গা ধোৱাৰ কথা এমুহূৰ্তৰ বাবেও ভাবিব নোৱাৰো।

BCCI Under 15:বিচিচিআইৰ ১৫ অনুৰ্ধৰ ছোৱালী ক্ৰিকেট প্ৰতিযোগিতাত অসম দলত নাজিৰাৰ স্বাস্তি বিশ্বকৰ্মা

২১ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা বিচিচিআইৰ ১৫ অনুৰ্ধৰ(BCCI Under 15) এদিনীয়া ছোৱালী ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে অসম দলত নাজিৰা(Nazira) জিলা ক্ৰীড়া সন্থাৰ স্বাস্তি বিশ্বকৰ্মাই(Swasti Vishwakarma) স্থান লাভ কৰিছে।

satriya sanskriti diwas: ব্ৰহ্মচাৰী সত্ৰত “সদৌ নগাঁও জিলা সত্ৰ মহাসভা”ৰ “সত্ৰীয়া সংস্কৃতি দিৱস” উদযাপন, ৪ গৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধকক সম্বৰ্ধনা

১৫ নৱেম্বৰত "সদৌ নগাঁও জিলা সত্ৰ মহাসভা"ৰ উদ্যোগত পুৰণিগুদাম তেলীয়াগাওঁস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰীব্ৰহ্মচাৰী সত্ৰত অনুষ্ঠিত সত্ৰীয়া সংস্কৃতি দিৱস উদযাপন।(satriya sanskriti diwas)

Indian Mathematician:ভাৰতীয় বিজ্ঞানীৰ তথা গণিতজ্ঞ বশিষ্ঠ নাৰায়ণ সিঙৰ কথাৰে

১৬ জুলাই, ১৯৬৯ চন। আমেৰিকাই চন্দ্ৰ লৈ মানৱ যান প্ৰক্ষেপ কৰাৰ ভৰপক সময়,এক মিছন। মানৱযান চন্দ্ৰৰ অভিমুখে গতি কৰি আছে আৰু বিজ্ঞানীসকলৰ(Indian Mathematician) কম্পিউটাৰৰ পৰ্দাত দৃষ্টি নিৱদ্ধ।

Popular