মুখ্য-পৃষ্ঠা

Zubeen Grag: জুবিন গাৰ্গলৈ ড° ভূপেন হাজৰিকা বঁটা ২০২৫, বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা

আজি এই বিশেষ দিনটোত জুবিন গাৰ্গলৈ জন্মদিনৰ শুভেচ্ছা জনাই বেলতলা বহাগী উৎসৱ উদযাপন সমিতিয়ে ২০২৫ বৰ্ষৰ ড০ ভূপেন হাজৰিকা বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰে। (Zubeen Grag)

Bodo Sahitya Sabha:বড়ো সাহিত্য সভাৰ ‘জোনোম সান ফালিথাই’

অসমৰ বৃহৎ জনগোষ্ঠী বড়োসকলৰ জাতীয় জীৱনৰ সাহিত্য-সংস্কৃতি-কলাৰ (মেৰুদণ্ড স্বৰূপ) ৭৩ তম বড়ো সাহিত্য সভাৰ(Bodo Sahitya Sabha)'জোনোম সান ফালিথাই'(Jonom Saan Falithai) (প্ৰতিষ্ঠা দিৱস) সমগ্ৰ অসমৰ লগতে ওৰাঙতো ১৬ নৱেম্বৰত অতি উৎসাহজনক ভাৱে পালন কৰা হয়।

Tongue Taste Change: এই সমূহ ৰোগত হঠাতে সলনি হয় জিভাৰ সোৱাদ

কেতিয়াবা আমাৰ জিভাই খাদ্যৰ সোৱাদ নাপায়। যদি জিভাই সোৱাদ নাপাই তেন্তে খাদ্য খাবলৈও মন নাযায়, যদি কেতিয়াবা অনুভৱ আপোনাৰো হয় তেন্তে কি ৰোগৰ লক্ষণ হ’ব জানো আহক।(Tongue Taste Change)

Tiger Shroff Baaghi 4: অতি শীঘ্ৰে ছবি গৃহলৈ আহি আছে Baaghi 4, মুকলি হ’ল প্ৰথমখন পোষ্টাৰ

টাইগাৰ শ্ৰফৰ বহু প্ৰত্যাশিত ছবি ‘বাঘী ৪’ৰ প্ৰথমখন পোষ্টাৰ মুক্তি হ'ল। কিছুদিনৰ পূৰ্বে টাইগাৰে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত বাঘী ৪ ছবিখনৰ পোষ্টাৰ শ্বেয়াৰ কৰিছিল।(Tiger Shroff Baaghi 4)

Diljit Dosanjh: য’ত মোৰ শ্ব’ হ’ব তাতে DRY DAY ঘোষণা কৰক, মই সুৰাৰ ওপৰত গান নাগাওঁঃ কণ্ঠশিল্পী দিলজিৎ দোচাঞ্জ

পাঞ্জাবী গায়ক তথা অভিনেতা দিলজিৎ দোচাঞ্জৰ দিল-লুমিনাটি ভ্ৰমণত এইকেইদিন। দেশৰ বিভিন্ন ৰাজ্যত তেওঁৰ কনচাৰ্টৰ আয়োজন কৰা হৈছে। য’ত তেওঁৰ বহু সংখ্যক অনুৰাগী উপস্থিত থাকে। শেহতীয়াকৈ হায়দৰাবাদৰ কনচাৰ্টৰ সময়ত কণ্ঠশিল্পীগৰাকীয়ে চৰকাৰক মুকলিকৈ প্ৰত্যাহ্বান জনাইছে।(Diljit Dosanjh)

Popular