মুখ্য-পৃষ্ঠা

Diljit Dosanjh: য’ত মোৰ শ্ব’ হ’ব তাতে DRY DAY ঘোষণা কৰক, মই সুৰাৰ ওপৰত গান নাগাওঁঃ কণ্ঠশিল্পী দিলজিৎ দোচাঞ্জ

পাঞ্জাবী গায়ক তথা অভিনেতা দিলজিৎ দোচাঞ্জৰ দিল-লুমিনাটি ভ্ৰমণত এইকেইদিন। দেশৰ বিভিন্ন ৰাজ্যত তেওঁৰ কনচাৰ্টৰ আয়োজন কৰা হৈছে। য’ত তেওঁৰ বহু সংখ্যক অনুৰাগী উপস্থিত থাকে। শেহতীয়াকৈ হায়দৰাবাদৰ কনচাৰ্টৰ সময়ত কণ্ঠশিল্পীগৰাকীয়ে চৰকাৰক মুকলিকৈ প্ৰত্যাহ্বান জনাইছে।(Diljit Dosanjh)

nayanthara: ২০০ কোটি সম্পত্তিৰ গৰাকী অভিনেত্ৰী নয়নতাৰাৰ আজি জন্মদিন, ৪০ বছৰীয়া হ’ল অভিনেত্ৰীগৰাকী

ছুপাৰষ্টাৰৰ প্ৰেমত ধৰ্ম সলনি কৰিলে, কিন্তু সম্পৰ্ক বিচ্ছেদ হ’ল। তাৰ পিছত পৰিচালকৰ পত্নী হ’ল, এই বিশেষ অভিনেত্ৰীগৰাকী ৪০ বছৰীয়া হ’ল।(nayanthara)

Zubeen Garg: আজি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ওপজা দিন, অনুৰাগীয়ে গীত গাই শুভেচ্ছা জনালে জুবিনক

জোনালীস্থিত ষ্টুডিঅ’ত জুবিন গাৰ্গৰ জন্মদিনৰ দিনা ভিৰ পৰিল অনুৰাগীৰে। গীত গাই অনুৰাগীয়ে জুবিনক জনালে শুভেচ্ছা। (Zubeen Garg Birthday)

Health Problem Caused By Air Pollution: প্ৰদূষণৰ ফলত হোৱা শৰীৰৰ ৫টা সমস্যা আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে জানি লওক

শীতকাল অহাৰ পিছৰে পৰা বায়ুৰ গুণাগুণ সূচকাংক অতি নিম্ন স্তৰত উপনীত হৈছে, এনে পৰিস্থিতিত ঘৰৰ বাহিৰলৈ যোৱাটো বিপদজনক হ’ব পাৰে।(Health Problem Caused By Air Pollution)

Football Tournament:সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

নগাঁৱৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ ব্যৱস্থাপনাত ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেলপথাৰত চলি থকা ইতিহাসপ্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা(Sindhura Hazarika) সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ(Football Tournament) আজি বিয়লি চূড়ান্ত খেলখন অনুষ্ঠিত হয়।

Popular