মুখ্য-পৃষ্ঠা

Football Tournament:সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা

নগাঁৱৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ ব্যৱস্থাপনাত ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেলপথাৰত চলি থকা ইতিহাসপ্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা(Sindhura Hazarika) সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ(Football Tournament) আজি বিয়লি চূড়ান্ত খেলখন অনুষ্ঠিত হয়।

Miss Universe 2024: ১২০খন দেশৰ সুন্দৰীক পৰাস্ত কৰি ‘মিছ ইউনিভাৰ্ছ’ হ’ল ডেনমাৰ্কৰ ২১ বছৰীয়া ভিক্টোৰিয়া

ডেনমাৰ্কৰ ভিক্টোৰিয়া কেজাৰ থালভিগে ২০২৪ চনৰ বাবে ‘মিছ ইউনিভাৰ্ছ’ৰ খিতাপ লাভ কৰে। এই মুকুট প্ৰথমবাৰৰ বাবে ডেনমাৰ্কলৈ গৈছে।(Miss Universe 2024)

Naga-Shobhita wedding: ৪ ডিচেম্বৰত নাগা-শভিতাৰ বিবাহ, নিমন্ত্ৰণী পত্ৰ কৰিলে ৰাজহুৱা

২০১৭ চনত নগা চৈতন্য আৰু সামন্তই বিবাহপাশত আবদ্ধ হৈছিল। চাৰিটা দীঘলীয়া বছৰ একেলগে থকাৰ পিছত দুয়োৰে বিচ্ছেদ হৈছিল। ইয়াৰ পিছতে নাগাৰ জীৱনলৈ আহিল শভিতা ধূলিপালা।(Naga-Shobhita wedding)

Delhi Pollution: দিল্লীত প্ৰদূষণৰ মাত্ৰা ভয়ংকৰ, এশৰো অধিক বিমান যাত্ৰাত পলম

নয়ডা আৰু গুৰুগ্ৰামতো পৰিছে প্ৰদূষণৰ প্ৰভাৱ। তাত বায়ুৰ গুণাগুণ সূচকাংক অতি বেয়া। দেওবাৰে নয়ডাত বায়ুৰ গুণাগুণ আছিল ৩০৮।(Delhi Pollution)

Sunita Williams: মই সুস্থ, চিন্তাৰ কোনো কাৰণ নাইঃ মহাকাশৰ পৰা বাৰ্তা প্ৰেৰণ কৰিলে সুনীতা উইলিয়ামছে

মহাকাশৰ পৰা উইলিয়ামছে এটা বাৰ্তা প্ৰেৰণ কৰি তেওঁ ক'লে মোৰ ভাল, মই সুস্থ আৰু স্বাভাৱিক। চিন্তাৰ কোনো কাৰণ নাই।(Sunita Williams)

Popular