মুখ্য-পৃষ্ঠা

Astrological Tips: ঘৰত নিমখ শেষ হ’লে কাষৰ ঘৰৰ পৰা নিমখ বিচাৰে নেকি? আনৰ ঘৰৰ পৰা কি কি বস্তু আনিব নালাগে জানক

কিছুমান বিশেষ কথা আছে যিবোৰ আনৰ পৰা ল’লে নিজৰ জীৱনলৈ বিপদ আহিব পাৰে।(Astrological Tips)

Gum Bleeding: দাঁতৰ আলুৰ পৰা তেজ ওলাই নেকি? ৰক্তক্ষৰণ বন্ধ কৰাৰ উপায় জানি লওক

দাঁতৰ আলুৰ পৰা তেজ ওলালে বহুতে নাৰ্ভাছ অনুভৱ কৰে, কিন্তু চিন্তিত হোৱাৰ পৰিৱৰ্তে ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰি ৰক্তক্ষৰণ বন্ধ কৰিব লাগে।(Gum Bleeding)

National Epilepsy Day: আজি ৰাষ্ট্ৰীয় মৃগীৰোগ দিৱস, মৃগীৰোগীৰ বাবে আছে ৪টা ছুপাৰফুড…

কোনো খাদ্যই মৃগীৰোগ নিৰাময় কৰিব নোৱাৰে। কিন্তু কিছুমান বিশেষ পুষ্টিকৰ উপাদানে মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে, প্ৰদাহ হ্ৰাস কৰিব পাৰে আৰু স্নায়ুজনিত স্বাস্থ্যৰ সমৰ্থন কৰিব পাৰে।(National Epilepsy Day)

National Press Day:বোকাখাতত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

বোকাখাত সমজিলা প্রশাসন, বোকাখাতৰ মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত তথা বোকাখাত সমজিলাৰ সমূহ সাংবাদিকৰ সহযোগত সমগ্ৰ ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস(National Press Day) পালন কৰা হয়৷

National Press Day: তথ্য আৰু জনসংযোগ সঞ্চালকালয়, অসমৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানটোত প্ৰিণ্ট মিডিয়া, ডিজিটেল মিডিয়া আৰু ইলেক্টনিক মিডিয়াৰ বহু সংখ্যক সাংবাদিক-সংবাদকৰ্মীৰ লগতে জনসংযোগ বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।(National Press Day)

Popular