উত্তৰ-পূব ভাৰতৰ বিভিন্ন কলা(Art and Culture), সাহিত্যৰ সৃষ্টিৰাজিক বিখ্যাত মনস্তত্ত্ববিদ ছিগমাণ্ড ফ্ৰয়ড আৰু কাৰ্ল গুস্তাভ য়ুঙৰ চিন্তাৰ মাজেৰে বিশ্লেষণ কৰাৰ সুযোগ আছে।
চলিত নাট্যবর্ষত যিকেইখন নাটকে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে সেই নাটক সমূহৰ ভিতৰতে এখন অন্যতম নাটক হল থিয়েটাৰ সূৰ্য্যৰ দ্বাৰা নিবেদিত 'মৰমত তেজৰ টোপাল' (Guwahati)।