Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
মুখ্য-পৃষ্ঠা
বিধানসভাত চাহ জনজাতি আৰু আদিবাসী জনসাধাৰণৰ সামাজিক, শৈক্ষিক আৰু আৰ্থিক উন্নয়নৰ বিষয়ত প্ৰশ্ন উত্থাপন সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
মহানগৰ নে মহাসাগৰ! মুষলধাৰ বৰষুণত জলমগ্ন গুৱাহাটীঃ ৰাজপথতে আবদ্ধ বহু বাহন, জনজীৱন ব্যাহত
যোৰাবাট অভিমুখে যাত্ৰা কৰোতে সাৱধানঃ বৰ্তমানো কমা নাই যান-জঁট
Mising Students’ Union: চিলাপথাৰ কলেজত মিচিং ছাত্ৰ সন্থাৰ উদ্যোগত ‘ভাষা গৌৰৱ সপ্তাহ’ উদযাপন
অসম
দৈনন্দিন বাৰ্তা
-
November 10, 2024
অসমীয়া ভাষাই দ্ৰূপদী ভাষাৰ স্বীকৃতি লাভৰ উদ্দেশ্যৰে ৰাজ্যজুৰি অসম চৰকাৰৰ নিৰ্দেশত 'ভাষা গৌৰৱ সপ্তাহ' পালন কৰা হৈছে। আজি চিলাপথাৰ কলেজৰ প্ৰেক্ষাগৃহত সদৌ মিচিং ছাত্ৰ সন্থা(Mising Students' Union) কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু চিলাপথাৰ টাউন সমিতিৰ সহযোগত পালন কৰা হয় ভাষা গৌৰৱ সপ্তাহ।
Ratan Naval Tata: ভাৰতৰ ৰতনৰ প্ৰস্থান…
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 10, 2024
আজি শ্ৰী ৰতন টাটাজীৰ(Ratan Naval Tata) মৃত্যুৰ এমাহ পূৰ্ণ হ'ল। যোৱা মাহৰ আজিৰ দিনটোতে, যেতিয়া মই তেওঁৰ মৃত্যুৰ খবৰ পাইছিলো, মই সেই সময়ত আছিয়ান সন্মিলনলৈ যোৱাৰ বাবে প্ৰস্তুতি চলাই আছিলো।
Majuli । জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ মাজুলীৰ
অসম
দৈনন্দিন বাৰ্তা
-
November 9, 2024
সমগ্ৰ অসমৰ লগতে মাজুলীতো অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাত সপ্তাহজুৰি ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে (Majuli) । জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ অসমৰ মাজুলী জিলা সমিতিৰ উদ্যোগত এই সপ্তাহ জোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান অংশ হিচাবে আজি মাজুলীৰ ৰাজগুৰুবাৰী প্ৰাথমিক বিদ্যালয়ত জিলা সভাপতি ৰমেশ চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত ভাষা গৌৰৱ সপ্তাহৰ সামৰণি অনুষ্ঠান সম্পন্ন হয়। মাজুলী জিলা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চৰ সম্পাদক শংকুসিদ্ধ নাথে আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰা সভাখন উদ্বোধন কৰে মাজুলী জিলা যুৱ -ছাত্ৰ পৰিষদৰ সভাপতি মুনিন্দ্ৰ ভূঞাই ।
Bhasha Gaurav Saptah: মাজুলী জিলা সাহিত্য সভাৰ ভাষা গৌৰৱ সপ্তাহ উদযাপন, সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাৰ অংশগ্ৰহণ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 9, 2024
(Bhasha Gaurav Saptah) সেই মৰ্মে মাজুলী জিলা সাহিত্য সভাৰ উদ্যোগত ৮ নৱেম্বৰ তাৰিখ শুক্ৰবাৰে মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাবত জিলা সভাপতি ৰামসাগৰ নাথৰ সভাপতিত্বত ভাষা গৌৰৱ সপ্তাহৰ বিশেষ কাৰ্যসূচী পালন কৰা হয়।
Narendra Modi: ৰতন টাটাক স্মৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 9, 2024
ৰতন টাটা আছিল যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস, সোঁৱৰণী। আমি তেওঁৰ প্ৰতিটো সপোন পূৰণ কৰিব লাগিব। মমতাৰ লগতে নম্ৰতাৰেও সফলতা লাভ কৰিব পাৰি।(Narendra Modi)
1
...
818
819
820
...
2,472
Page 819 of 2,472
Popular
বিধানসভাত চাহ জনজাতি আৰু আদিবাসী জনসাধাৰণৰ সামাজিক, শৈক্ষিক আৰু আৰ্থিক উন্নয়নৰ বিষয়ত প্ৰশ্ন উত্থাপন সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ
দৈনন্দিন বাৰ্তা
-
July 13, 2026